ETV Bharat / briefs

ছাগলীয়াত উদ্ধাৰ বৃহৎ পৰিমাণৰ গাঞ্জা

31 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আগৰতলাৰ পৰা ছাগলীয়া হৈ চুবুৰীয়া ৰাজ্য পশ্চিমবংগলৈ পাৰ হোৱাৰ সময়তে ছাগলীয়া আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন । শনিবাৰে আগমনীৰ ৰাজহ চক্ৰ বিষয়া আৰু অতিৰিক্ত উপ আৰক্ষী অধীক্ষকৰ উপস্থিতিত ট্ৰাকখনৰ পৰা জব্দ কৰে গাঞ্জাখিনি ।

author img

By

Published : Jun 1, 2019, 8:32 PM IST

ছাগলীয়াত উদ্ধাৰ বৃহৎ পৰিমানৰ গাঞ্জা

ধুবুৰী,১জুন : শুকুৰবাৰে নিশা অসম-বংগ সীমান্তৰ ছাগলীয়াত জব্দ হয় গাঞ্জাভৰ্তি এখন ট্ৰাক । ছাগলীয়া আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৯৫ টাকৈ গাঞ্জাৰ পেকেট । 31 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আগৰতলাৰ পৰা ছাগলীয়া হৈ চুবুৰীয়া ৰাজ্য পশ্চিমবংগলৈ পাৰ হোৱাৰ সময়তে ছাগলীয়া আৰক্ষীয়ে জব্দ কৰে ইউপি 64-6995 নম্বৰৰ ট্ৰাকখন । শনিবাৰে আগমনীৰ ৰাজহ চক্ৰ বিষয়া আৰু অতিৰিক্ত উপ আৰক্ষী অধীক্ষকৰ উপস্থিতিত ট্ৰাকখনৰ পৰা জব্দ কৰে গাঞ্জাখিনি । গাঞ্জাখিনিৰ মূল্য প্ৰায় পোন্ধৰো লাখ হ'ব বুলি মন্তব্য আৰক্ষীৰ ।

ছাগলীয়াত উদ্ধাৰ বৃহৎ পৰিমানৰ গাঞ্জা

ইতিমধ্যে, ছাগলীয়া আৰক্ষীয়ে গাঞ্জাখিনি লৈ অহা ট্ৰাক চালক আৰু আন এজন লোকক কৰায়ত্ত কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

Intro:

ANCOR- এখন খালী ট্ৰাক ৷ সাধৰন ভাৱে চালে ট্ৰাকখন খালি বুলিহে লাগিৱ ৷ কিন্তু খালী ট্ৰাকক আলম কৰি ছাগলীয়া আৰক্ষীয়ে চলালে অভিযান ৷ অসমৰ ভুখণ্ড পূৰ্বে বিশেষ ভাৱে নজৰ ৰাখিলে ছাগলীয়া আৰক্ষীয়ে ৷ অৱশেষত ছাগলীয়া আৰক্ষীয়ে দেখুৱালে খালি ট্ৰাকৰ চমক ৷ ধুবুৰী আৰক্ষীৰ উচ্চস্হৰীয়ই দাৱী কৰিলে নিজকে স্মাৰ্টৰ কথা ৷ কিন্তু কেনেকৈ খালি ট্ৰাকলৈ আহিল চমক চাওক আমাৰ প্ৰতিবেদন ৷৷

Body:

V/O- এই দৃশ্য অসম বংগ সীমান্তৰ ছাগলীয়াৰ ৷ ছাগলীয়া আৰক্ষীয়ে জব্দ কৰা খালি ট্ৰাক এইখন ৷ শুক্ৰবাৰে নিশা ছাগলীয়া আৰক্ষীয়ে জব্দ কৰিছিল UP 64 -6995 নম্বৰৰ ট্ৰাকখন ৷ গোপন সুত্ৰৰ পম খেদি ছাগলীয়া আৰক্ষীয়ে জব্দ কৰিছিল ট্ৰাকখন ৷ 31 নং ৰাস্ট্ৰীয় ঘাইপথেৰে আগৰতলাৰ ছাগলীয়া হৈ চুবুৰীয়া ৰাজ্য পশ্চিম বংগ পাৰ হোৱাৰ সময়তে জব্দ কৰিছিল ট্ৰাকখন ৷ শনিবাৰে আগমনীৰ ৰাজহ চক্ৰ বিষয়া আৰু অতিৰিক্ত উপ আৰক্ষী অধিক্ষকৰ উপস্হিতিত দুপুৰীয়া পৰা আৰম্ভ খালি ট্ৰাক খুলাত ৷ ট্ৰাকখন খুলাৰ দৃশ্য এয়া ৷ লোৰ পাতি কটাৰ পিছত ওলাল বৃহৎ পৰিমানৰ গাঞ্জা ৷ ৯৫ টা গাঞ্জাৰ পেকেট বিশেষ ভাৱে অনা হৈছিল ট্ৰাকখনত ৷ পাচশ কিলোগ্ৰামৰো অধিক গাঞ্জা ৷ যাৰ বজাৰ মূল্য পোন্ধৰো লাখৰো অধিক ৷ কিন্তু ছাগলীয়া আৰক্ষীয়েও কম নহয় ৷ খালি ট্ৰাকক আন্ত ৰাষ্ট্ৰীয় গাঞ্জা বেপাৰীৰ ফন্দি ধৰা পেলালে ধুবুৰীৰ স্মাৰ্ট আৰক্ষীয়ে ৷৷

BITE- ত্ৰিনয়ন ভূঞা, DSP (H) Dhubri

V/O -
ছাগলীয়া আৰক্ষীৰ এয়া বৃহৎ সফলতা বুলি দাৱী কৰি আগমনীৰ ৰাজহ চক্ৰ বিষয়া চিৰঞ্জিত দাসে ধুবুৰী আৰক্ষীক দিলে বাহঃ বাহঃ ৷ কলে ধুবুৰী আৰক্ষীৰ পৰা হাত সাৰিৱ নোৱাৰে অপৰাধীয়ে

Conclusion:

EVO স্মাৰ্ট ধুবুৰী আৰক্ষীৰ খালি ট্ৰাকৰ চমক দেখা গল কিন্তু এনে আন্তৰাষ্ট্ৰীয় চক্ৰ উৎখাত কৰিৱ পাৰিবনে ৷ নে চালক খালাচী গ্ৰেপ্তাৰতে স্তব্ধ হৱ স্মাৰ্ট আৰক্ষীৰ তদন্ত ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.