ধুবুৰী,২৩মে' : লোকসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া চলি থকাৰ সময়তে ধুবুৰীত উপস্থিত হয় এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল । ধুবুৰী লোকসভা সমষ্টিৰ ধুবুৰী, বিলাসিপাৰা, গোৱালপাৰা আৰু হাটশিঙিমাৰীকে ধৰি চাৰিটা ভোট গণনা কেন্দ্ৰত আজমল উপস্থিত হয় । ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত উপস্থিত হৈ জয় নিশ্চিত বুলি দাবী কৰি পূৰ্বতকৈ অধিক ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাজিত কৰি তৃতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হব বুলি দাবী কৰে আজমলে ।
ধুবুৰীত আজমলৰ প্ৰতিক্ৰিয়া - বদৰুদ্দিন আজমল
লোকসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া চলি থকাৰ সময়তে ধুবুৰী লোকসভা সমষ্টিৰ ধুবুৰী, বিলাসীপাৰা, গোৱালপাৰা আৰু হাটশিঙিমাৰীকে ধৰি চাৰিটা ভোট গণনা কেন্দ্ৰত বদৰুদ্দিন আজমল উপস্থিত হয়, কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাজিত কৰি তৃতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হ'ব বুলি দাবী কৰে আজমলে ৷
ধুবুৰীত আজমলৰ প্ৰতিক্ৰিয়া
ধুবুৰী,২৩মে' : লোকসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া চলি থকাৰ সময়তে ধুবুৰীত উপস্থিত হয় এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল । ধুবুৰী লোকসভা সমষ্টিৰ ধুবুৰী, বিলাসিপাৰা, গোৱালপাৰা আৰু হাটশিঙিমাৰীকে ধৰি চাৰিটা ভোট গণনা কেন্দ্ৰত আজমল উপস্থিত হয় । ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত উপস্থিত হৈ জয় নিশ্চিত বুলি দাবী কৰি পূৰ্বতকৈ অধিক ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাজিত কৰি তৃতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হব বুলি দাবী কৰে আজমলে ।
Intro: ধুবুৰীত আজমলৰ প্ৰতিক্ৰিয়া। ধুবুৰীত ভোট গণনা চলি থকাৰ সময়তে ভোট গণনা কেন্দ্ৰত উপস্থিত বদৰুদ্দিন আজমল। ইভিএম বিসংগতিৰ অভিযোগ আজমলৰ।
Body: ধুবুৰীত উপস্থিত হল এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল। ধুবুৰী লোকসভা সমষ্টিৰ ধুবুৰী, বিলাসিপাৰা, গোৱালপাৰা আৰু হাটচিঙিমাৰীকে ধৰি চাৰিটা ভোট গণনা কেন্দ্ৰত খবৰ নিবলৈ এইদৰে ভোট গণনা কেন্দ্ৰত উপস্থিত হৈছে আজমলে। ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত উপস্থিত হৈ নিজৰ জয় নিশ্চিত বুলি দাবী কৰি পূৰ্বত কৈ বেছি ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাজিত কৰি তৃতীয়বাৰৰ বাবে সাংসদ নিৰ্বাচিত হব বুলি দাবী কৰে আজমলে। আনহাতে সংবাদ মাধ্যমৰ লগতে অসমৰ প্ৰাক্তন মন্ত্ৰী তৰুণ গগৈৰ আশীৰ্বাদ আছে বুলিও উল্লেখ কৰে আজমলে। ইপিনে আজি সেউজীয়া ৰঙৰ পোচাক পৰিধান কৰাৰ কাৰণ দৰ্শাই সেউজীয়াৰ অৰ্থ নিৰ্বাচনত জয়ী হোৱাৰ প্ৰসংগ টানি বুজাই দিলে আজমলে।
আনহাতে Exit poll ত প্ৰকাশ পোৱাৰ দৰেই এন ডি এ তিনি শতাধিক ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰাৰ প্ৰসংগ উপস্থাপন কৰাত ইভিএম বিসংগতি কৰা হৈছে বুলি উল্লেখ কৰি এয়া গণতন্ত্ৰ নহয় অগণতন্ত্ৰ বুলি উল্লেখ কৰে বদৰুদ্দিন আজমলে
Conclusion: অৱশ্যে আজমলে দহ ৰাউণ্ড ভোট গণনা লৈকে প্ৰায় ডেৰ লক্ষাধিক ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থীতকৈ আগবাঢ়ি আছে যদিওঁ এইদৰে অগ্ৰগতি লাভ কৰিলে আজমলে বহু ভোটৰ ব্যৱধানত জয়ী হোৱাৰ সম্ভাৱনা আছে।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

Last Updated : May 23, 2019, 6:22 PM IST