ETV Bharat / briefs

ধেমাজিত মিচিং বানো কৌবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়াৰ সংবাদমেল - শিশু বিকাশ উৎকৰ্ষ

ধেমাজি মহাবিদ্যালয়ৰ শিশু বিকাশ উৎকৰ্ষ সাধন কেন্দ্ৰৰ সভাগৃহত মিচিং বানো কৌবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়াই এখন সংবাদমেল সম্বোধন কৰে

ধেমাজিত মিচিং বানো কৌবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়াৰ সংবাদমেল
author img

By

Published : May 13, 2019, 12:05 AM IST

ধেমাজি,১২মে' : দেওবাৰে ধেমাজি মহাবিদ্যালয়ৰ শিশু বিকাশ উৎকৰ্ষ সাধন কেন্দ্ৰৰ সভাগৃহত মিচিং বানো কৌবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়াই এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত বৰ্তমান সময়ত মিচিং জাতিৰ পৰম্পৰা প্ৰতি ভাবুকি কঢ়িয়াই অনা বুলি উল্লেখ কৰি কয় যে আলি আই লৃগাঙৰ মেলামুখি প্ৰৱনতা পৰিহাৰ কৰি আধ্যাত্মিক পৰম্পৰাগত ৰীতি নীতি সুৰক্ষিত কৰিব লাগিব । মিচিং পৰম্পৰাক ৰক্ষা কৰাৰ বাবে আমি ঐক্যবদ্ধ হ'ব লাগিব । জনগোষ্ঠীৰটোৰ দদ গাঙক জাক-জমকতাৰ পৰিবৰ্তে মাৰ্জিত আৰু সম্পূৰ্ণ ৰীতি নীতিৰে কৰিব লাগিব বুলি মন্তব্য কৰে চায়েঙীয়াই ।

Intro:আধুনিক সমাজ ব্যৱস্থাই মিচিং জাতিৰ পৰম্পৰা প্ৰতি ভাবুকি সৃষ্টি কৰিছে ।

Body:ধেমাজি , 12 , মে : সময়ৰ পৰিৱৰ্তনৰ লগে লগে মিচিং সকলৰ আৰ্থ সামাজিক আৰু স্বকীয় সমাজ ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পৰা প্ৰতি লক্ষ্য ৰাখি মিচিং বা:নৌ কৌবাঙ , মিচিং আগম কৌবাঙ , মিচিং দৃৰবৃ কৌবাঙ , টি এম পি কে , আদি জাতীয় সংগঠন সমূহে বিভিন্ন সময়ত আলোচনাত মিলিত হৈ মিচিং পৰম্পৰাক ৰক্ষা কৰাৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ধেমাজি মহাবিদ্যালয়ৰ শিশু বিকাশ উৎকৰ্ষ সাধন কেন্দ্ৰৰ সভা গৃহত দেওবাৰে আবেলি মিচিং বানো কৌবাঙ সভাপতি পৰমানন্দ চায়েঙীয়াই সম্বোধন কৰা সংবাদ মেলত বৰ্তমান সময়ে জাতিৰ পৰম্পৰা প্ৰতি ভাবুকি কঢ়িয়াই অনা বুলি উল্লেখ কৰি কয় যে আলি আই লৃগাং মেলামুখি প্ৰৱনতা পৰিহাৰ কৰি আধ্যাত্মিক পৰম্পৰাগত ৰীতি নীতি সুৰক্ষিত কৰিব লাগিব । সেইদৰে জনগোষ্ঠীৰটোৰ দদ গাঙক জাক জমকতাৰ পৰিবৰ্তে মাৰ্জিত আৰু সম্পূৰ্ণ ৰীতি নীতিৰে কৰিব লাগিব ।আদি বহু কেইটা সিদ্ধান্ত গ্ৰহণ কৰাৰ বিষয়ে সংবাদ মেলৰ জৰিয়তে সদৰি কৰে ।

byte....byte...paramananda chayengia

pradunya Bharali , Dhemaji , 12/5/2019

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.