ETV Bharat / briefs

ঢেকিয়াজুলিত কুঁৱা চাফা কৰিবলৈ গৈ নিহত শ্ৰমিক - ধ্ৰুৱ দে

ঢেকিয়াজুলিৰ আলীচিঙাত নিহত হয় বীৰেণ খোদাল নামৰ এজন শ্ৰমিক, কুঁৱাৰ ভিতৰত শ্ৰমিকজন আৱদ্ধ হৈ পৰি অস্কিজেনৰ অভাৱত নিহত হয় শ্ৰমিকজনৰ ৷

ঢেকিয়াজুলিত কুঁৱা চফা কৰিবলৈ গৈ নিহত শ্ৰমিক
author img

By

Published : May 11, 2019, 8:57 PM IST

ঢেকিয়াজুলি,১১মে' : শনিবাৰে ঢেকিয়াজুলিৰ আলীচিঙাত সংঘটিত হয় এক শোকাৱহ ঘটনা । কুঁৱা চাফা কৰিবলৈ গৈ অস্কিজেনৰ অভাৱত মৃত্যমুখত পৰে বীৰেণ খোদাল নামৰ এজন শ্ৰমিক । আলীচিঙাৰ ধ্ৰুৱ দে নামৰ লোক এজনৰ ঘৰত কুঁৱা চাফা কৰিবলৈ গৈ কুঁৱাৰ ভিতৰতে আৱদ্ধ হৈ পৰে শ্ৰমিকজন । ঘটনাস্থলীত তেজপুৰৰ এছ.ডি.আৰ.এফ.বাহিনী, ঢেকিয়াজুলি অগ্নি নিৰ্বাপক বাহিনীৰ লগতে আৰক্ষীৰ দলে উপস্থিত হৈ কুঁৱাৰ ভিতৰত আৱদ্ধ হৈ পৰা শ্ৰমিকজনক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও শ্ৰমিকজনৰ মৃতদেহহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ঢেকিয়াজুলিত কুঁৱা চফা কৰিবলৈ গৈ নিহত শ্ৰমিক

ইপিনে, দুদিন পূৰ্বে মহানগৰীৰ হাতীগাঁৱস্থিত সিজুবাৰীত সংঘটিত হৈছিল এক হৃদয়বিদাৰক ঘটনা । হাছিফ যাবেদ নামৰ লোক এজনৰ বাসগৃহত কুঁৱা চফা কৰিবলৈ গৈ কুঁৱাৰ ভিতৰত আৱদ্ধ হৈ পৰিছিল জাকিৰ হুছেইন আৰু বাৎসু আলী নামৰ দুজনকৈ শ্ৰমিক । এন ডি আৰ এফ বাহিনীয়ে শ্ৰমিক দুজনৰ এজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও ইয়াৰ পৰিৱৰ্তে অস্কিজেনৰ অভাৱত মৃত্যুমুখত পৰিছিল এজন শ্ৰমিকৰ । এতিয়া প্ৰশ্ন হয় দুৰ্যোগ বিভাগ তথা প্ৰশাসনে এই ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ সমাজত সজাগতা সৃ্ষ্টি কৰিব পাৰিবনে ৷ সাধৰণতে বহু শ্ৰমিকে নাজনে কুঁৱাৰ ভিতৰত প্ৰৱেশ কৰাৰ পাছত অস্কিজেনৰ অভাৱ হয় আৰু অস্কিজেন চিলিণ্ডাৰ অবিহনেই কুঁৱাত প্ৰৱেশ কৰাৰ পাছত এনেদৰেই অকালতে নিহত হ'বলগীয়া হয় বহু লোক ।

Intro:Breaking
ঢেকিয়াজুলিৰ আলীচিঙাত কুঁৱা চাফা কৰিবলৈ গৈ কুঁৱাৰ ভিতৰত আৱদ্ধ হৈ পৰিল বীৰেণ খোদাল নামৰ এজন শ্ৰমিক৷তেজপুৰৰ পৰা এছ ডি আৰ এফৰ দল,ঢেকিয়াজুলি অগ্নি নিৰ্বাপক বাহিনীৰ দলৰ লগতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ কু্ঁৱাৰ ভিতৰত আৱদ্ধ হৈ পৰা লোকজনক উদ্ধাৰ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলায় যদিও অৱশেষত বীৰেণ খোদালৰ মৃতদেহহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এছ ডি আৰ এফৰ দলে৷আলীচিঙাৰ ধ্ৰুৱ দে নামৰ লোকজনৰ ঘৰত কোৱা চাফা কৰিবলৈ গৈছিল বীৰেণ খোদাল(৪৫) নামৰ লোকজন। অমল নাথ, ঢেকিয়াজুলি ৷Body:Breaking
ঢেকিয়াজুলিৰ আলীচিঙাত কুঁৱা চাফা কৰিবলৈ গৈ কুঁৱাৰ ভিতৰত আৱদ্ধ হৈ পৰিল বীৰেণ খোদাল নামৰ এজন শ্ৰমিক৷তেজপুৰৰ পৰা এছ ডি আৰ এফৰ দল,ঢেকিয়াজুলি অগ্নি নিৰ্বাপক বাহিনীৰ দলৰ লগতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ কু্ঁৱাৰ ভিতৰত আৱদ্ধ হৈ পৰা লোকজনক উদ্ধাৰ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলায় যদিও অৱশেষত বীৰেণ খোদালৰ মৃতদেহহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এছ ডি আৰ এফৰ দলে৷আলীচিঙাৰ ধ্ৰুৱ দে নামৰ লোকজনৰ ঘৰত কোৱা চাফা কৰিবলৈ গৈছিল বীৰেণ খোদাল(৪৫) নামৰ লোকজন৷ অমল নাথ, ঢেকিয়াজুলি ।Conclusion:Breaking
ঢেকিয়াজুলিৰ আলীচিঙাত কুঁৱা চাফা কৰিবলৈ গৈ কুঁৱাৰ ভিতৰত আৱদ্ধ হৈ পৰিল বীৰেণ খোদাল নামৰ এজন শ্ৰমিক৷তেজপুৰৰ পৰা এছ ডি আৰ এফৰ দল,ঢেকিয়াজুলি অগ্নি নিৰ্বাপক বাহিনীৰ দলৰ লগতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ কু্ঁৱাৰ ভিতৰত আৱদ্ধ হৈ পৰা লোকজনক উদ্ধাৰ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলায় যদিও অৱশেষত বীৰেণ খোদালৰ মৃতদেহহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এছ ডি আৰ এফৰ দলে৷আলীচিঙাৰ ধ্ৰুৱ দে নামৰ লোকজনৰ ঘৰত কোৱা চাফা কৰিবলৈ গৈছিল বীৰেণ খোদাল(৪৫) নামৰ লোকজন৷
অমল নাথ, ঢেকিয়াজুলি ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.