ETV Bharat / briefs

বকোত উদ্ধাৰ অৰ্ধগলিত যুৱকৰ মৃতদেহ

বকোৰ মালাং চেচাপানীৰ শিংৰা নৈত উদ্ধাৰ হয় এজন যুৱকৰ অৰ্ধগলিত মৃতদেহ ৷ যুৱকজন বকো নামপথাৰৰ বীৰেন বড়ো বুলি চিনাক্ত কৰা হৈছে

বকোত উদ্ধাৰ অৰ্ধগলিত যুৱকৰ মৃতদেহ
author img

By

Published : May 18, 2019, 11:35 PM IST

বকো,১৮মে' : শনিবাৰে বকোৰ মালাং চেচাপানীৰ শিংৰা নৈত উদ্ধাৰ হয় এজন যুৱকৰ অৰ্ধগলিত মৃতদেহ । যুৱকজন বকো নামপথাৰৰ বীৰেন বড়ো বুলি চিনাক্ত কৰা হৈছে ।

বকোত উদ্ধাৰ অৰ্ধগলিত যুৱকৰ মৃতদেহ

উল্লেখ্য যে বিগত এসপ্তাহে সন্ধানহীন হৈ আছিল যুৱকজন । স্থানীয় লোকে মৃতদেহটো নৈত উপঙি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু আৰক্ষী চকীলৈ লৈ যায় ।

Intro:Body:বকোৰ মালাং চেচাপানীত যুৱকৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ। অসম-মেঘালয় সীমান্তৱৰ্তী শিংৰা নৈত উদ্ধাৰ মৃতদেহটো। যুৱকজন বকো নামপথাৰৰ বীৰেন বড়ো (৩৪)। আঠ দিন আগৰ পৰা সন্ধানহীন আছিল বীৰেন বড়ো। স্থানীয় লোকে মৃতদেহটো নৈত উপঙি থকা দেখে। বকো আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো থানালৈ লৈ আহে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.