ETV Bharat / briefs

নিৰ্মাণ হোৱা দলং ভাঙি পেলোৱাৰ দাবী কাৰ ! - Etv Bharat

দলগাঁৱৰ বেছিমাৰী চিকিৎসালয় নিৰ্মাণ কাৰ্যত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম ৷ অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে ইত্তেহাদ ফ্ৰন্ট নামৰ এটা অৰাজনৈতিক সংগঠনে ৷

দৰঙৰ বেছিমাৰীত ব্যাপক দূৰ্নীতি-অনিয়মেৰে চিকিৎসালয় নিৰ্মাণৰ অভিযোগ ইত্তেহাদ ফ্ৰন্টৰ
author img

By

Published : Jun 25, 2019, 8:05 AM IST

দৰং, 25 জুন: দলগাঁৱৰ বেছিমাৰী চিকিৎসালয় নিৰ্মাণ কাৰ্যত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম ৷ অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে ইত্তেহাদ ফ্ৰন্ট নামৰ এটা অৰাজনৈতিক সংগঠনে ৷ অধিক মুনাফাৰ লোভত অতি নিম্নমানৰ ইটা ,বালি ,চিমেন্ট ,ৰ'ড , টিনপাত, কাঠ আদি ব্যৱহাৰ কৰি ঠিকাদাৰ আৰু কনিষ্ঠ অভিযন্তাই লুন্ঠন চলোৱাৰ অভিযোগ ইত্তেহাদ ফ্ৰন্টৰ ৰাজ্যিক সম্পাদক নুৰ ইছলামৰ৷

দৰঙৰ বেছিমাৰীত ব্যাপক দূৰ্নীতি-অনিয়মেৰে চিকিৎসালয় নিৰ্মাণৰ অভিযোগ ইত্তেহাদ ফ্ৰন্টৰ

এইক্ষেত্ৰত এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে ইত্তেহাদ ফ্ৰন্টৰ ৰাজ্যিক সম্পাদক নুৰ ইছলামে৷ লগতে এই তদন্তৰ জৰিয়তে দূৰ্নীতি পৰায়ণ আমোলা বিষয়াৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিৰ্মাণ হোৱা দলঙখন ভাঙি পুণৰ নিৰ্মাণ কৰাৰ বাবে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনায় ইত্তেহাদ ফ্ৰন্টৰ ৰাজ্যিক সম্পাদকগৰাকীয়ে৷

Intro:দৰঙৰ বেছিমাৰীত ব্যাপক দূৰ্নীতি অনিয়মেৰে চিকিৎসাসয় নিৰ্মানৰ অভিযোগ ইত্তেহাদ ফ্ৰন্টৰ ।

Body:দলগাও /২৪ জুন ।

দলগাঁৱৰ বেছিমাৰী চিকিৎসালয় নিৰ্মাণ কাৰ্যত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি -অনিয়ম ৷ উক্ত কামত অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে ইত্তেহাদ ফ্ৰন্ট নামৰ অৰাজনৈতিক সংগঠনৱে ৷ প্ৰাককলন উলাংঘা কৰি অধিক মুনাফাৰ লোভত অতি নিম্নমানৰ ইটা ,বালি ,চিমেন্ট ,ৰড , টিনপাত, কাঠ আদি ব্যৱহাৰ কৰি ঠিকাদাৰ আৰু কনিষ্ঠ অভিযন্তাই লুন্ঠন চলোৱাৰ অভিযোগ ইত্তেহাদ ফ্ৰন্টৰ ৰাজ্যিক সম্পাদক নুৰ ইছলামে ।Conclusion: ক্ষেত্ৰত এক উচ্চ পৰ্য্যায়ৰ তদন্তৰ জৰিয়তে দূৰ্নীতি পৰায়ন আমোলা বিষয়াৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিৰ্মাণ হোৱা কাম ভাঙি পূণৰ নিৰ্মাণ কৰাৰ বাবে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনায় ইত্তেহাদ ফ্ৰণ্টৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক নুৰ ইছলামে৷

আব্দুল হাকিম
দলগাও ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.