ETV Bharat / briefs

নিম্নমানৰ কামেৰে আৰম্ভণি তামুলপুৰ শুক্লা নৈৰ ওপৰৰ দলঙৰ কাম: খহি পৰিল দলঙৰ খুটা

author img

By

Published : May 14, 2019, 5:40 AM IST

বেটাগাঁওৰ শুল্কানৈৰ ওপৰত থকা এখন দলঙৰ কাম বিসংগতি পূৰ্ণ ভাবে আৰম্ভ কৰাৰ ফলত খহি পৰিল অৰ্ধনিৰ্মিত দলঙৰ খুটা৷

নিম্নমানৰ কামেৰে আৰম্ভণি তামুলপুৰ শুক্লা নৈৰ ওপৰৰ দলঙৰ কাম: খহি পৰিল দলঙৰ খুটা

বাক্সা, 14 মে': বাক্সাৰ তামুলপুৰৰ টেঙাজানস্থিত মাজালবাৰী বেটাগাঁওৰ এখন দলঙৰ জৰাজীৰ্ণ অৱস্থা৷ বেটাগাঁওৰ শুল্কানৈৰ ওপৰত থকা এখন দলঙৰ কাম বিসংগতি পূৰ্ণ ভাবে আৰম্ভ কৰাৰ ফলত খহি পৰিল অৰ্ধনিৰ্মিত দলঙৰ খুটা৷ বি টি এ ডি ৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ সদস্য গণেশ কছাৰীয়ে উদ্বোধন কৰা দলং খন নিৰ্মাণ কৰাৰ দ্বায়িত্ব লাভ কৰিছিল ঠিকাদাৰ এছ এছ হালৈয়ে৷ কিন্তু ঠিকাদাৰজনৰ অৱহেলাত আজি পৰ্যন্ত দলং খনৰ এটা খুটাও সম্পূৰ্ণ হৈ নুঠিল৷

যিটো খুটাৰ কম প্ৰায় 50 % কৰিছিল সেয়াও বিসংগতি পূৰ্ণ ভাবে কৰাৰ ফলত খহি পৰিল ৷ গড়কাপ্তানি বিভাগ আৰু ঠিকাদাৰ ৰ মাজৰ বুজা বুজিৰ বাবে ঠিকাদাৰ গৰাকীয়ে এনেদৰে বিসংগতি পূৰ্ণ ভাবে দলঙৰ কাম আৰম্ভ কৰিব পাৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে৷

Intro:নিম্নমানৰ কামেৰে আৰম্ভণি তামুলপুৰ ৰ টেঙাজাৰ মাডালবাৰী বেটাগাও পথত থকা শুক্লা নৈৰ ওপৰৰ দলঙৰ কাম।

উঘালী পৰিল দলঙৰ খুটা।
Body:তামুলপুৰ,১৩/৫/২০১৯
বি টি এ ডি ৰ বাক্মা জিলাৰ অন্তৰ্গত টেঙাজাৰ মাডালবাৰী বেটাগাও পথত থকা শুক্লা নৈৰ দলঙ খন ৰ কাম বিসংগতি পূৰ্ণ ভাবে আৰম্ভ কৰাৰ ফলত উঘালী পৰিল অৰ্ধনিৰ্মিত দলঙৰ খুটা।
বি টি এ ডি ৰ শুক্লাই চেৰফাং পৰিষদিয় সমষ্টিৰ সদস্য গণেশ কছাৰী য়ে উদ্দোধন কৰা দলঙ খন নিৰ্মাণ কৰাৰ দায়িত্ব লাভ কৰিছিল ঠিকাদাৰ এছ এছ হালৈয়ে। ঠিকাদাৰ গৰাকীয়ে মাই মতালিৰে ২০১৮ চনৰ আগষ্ঠতে আৰম্ভ কৰা দলঙ খনৰ এটা খুটাও সম্পূৰ্ণ কৰা নাই। যি টো খুটাৰ কম প্ৰায় ৫০ % কৰিছিল সিও বিসংগতি পূৰ্ণ ভাবে কৰাৰ ফলত উঘালী পৰিল।গড়কাপ্তানি বিভাগ আৰু ঠিকাদাৰ ৰ মাজৰ বুজা বুজিৰ বাবে ঠিকাদাৰ গৰাকীয়ে এনেদৰে বিসংগতি পূৰ্ণ ভাবে দলঙৰ কাম আৰম্ভ কৰিব পাৰিছে বুলি ৰাইজৰ অভিযোগ।ৰাইজে দলঙ খনক জনপ্ৰতিনিধী গৰাকীয়ে নিৰ্বাচনী ইছু হিচাপে ব্যৱহাৰ কৰিব বুলিও সন্দেহ কৰিছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.