ETV Bharat / briefs

মৰাণত কংগ্ৰেছৰ ব্যাপক খহনীয়া

তৃণমূল কৰ্মীৰ পৰা প্ৰাক্তন মন্ত্ৰী বিধায়কলৈকে সকলোৱে এতিয়া কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ যোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । ৰাজ্যৰ বিভিন্ন সমষ্টিৰ দৰে মৰাণতো কংগ্ৰেছ দলত ব্যাপক খহনীয়া আৰম্ভ হৈছে ।

Poor conditions of congress party at moran dibrugarh
মৰাণত কংগ্ৰেছৰ ব্যাপক খহনীয়া
author img

By

Published : Dec 21, 2020, 7:54 PM IST

মৰাণ,২১ ডিচেম্বৰ: '২১ ৰ বিধানসভা নিৰ্বাচনলৈ সকলো ৰাজনৈতিক দলেই সাজু হৈ উঠিছে যদিও বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছত কিন্তু ব্যাপক খহনীয়া আৰম্ভ হৈছে ।

Poor conditions of congress party at moran dibrugarh
মৰাণত কংগ্ৰেছৰ ব্যাপক খহনীয়া

দলৰ তৃণমূল কৰ্মীৰ পৰা প্ৰাক্তন মন্ত্ৰী বিধায়কলৈকে সকলোৱে এতিয়া কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ যোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । ৰাজ্যৰ বিভিন্ন সমষ্টিৰ দৰে মৰাণতো কংগ্ৰেছ দলত ব্যাপক খহনীয়া আৰম্ভ হৈছে ।

মৰাণ সমষ্টিৰ অন্তৰ্গত পথালিবাম পঞ্চায়তৰ কমলদৈ বঙালী আৰু ৰঙাগড়া অঞ্চলৰ কংগ্ৰেছ তথা অন্য দল-সংগঠনৰ বহু সংখ্যালঘু ৰাইজে শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে ।

Congress members resignation from party at moran dibrugarh
মৰাণত কংগ্ৰেছৰ ব্যাপক খহনীয়া

এই অনুষ্ঠানত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ উপৰিও খোৱাং ব্লক মণ্ডলৰ সন্মানীয় ক্ষীৰোদ কুমাৰ দুৱৰা, সমষ্টিৰ বিস্তাৰক পীযুষ বাৰিক, পঞ্চায়তৰ সভাপতি সুশেন ফুকন, জিলা পৰিষদৰ সদস্যা জ্যোৎস্না কৈৰীৰ লগতে বহুকেইজন স্থানীয় ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : হোটেল লিলিৰ পৰা শ্বিলং পালেগৈ বি টি আৰৰ ৰাজনীতি

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.