ETV Bharat / briefs

গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কাব্য সংকলন

গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয় তিনিখনকৈ কাব্য সংকলন

গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কাব্য সংকলন
author img

By

Published : Apr 28, 2019, 8:05 PM IST

গুৱাহাটী, 28 এপ্ৰিল : দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত কস্তুৰী প্ৰকাশনৰ উদ্যোগত উন্মোচন কৰা হয় ‘ৰ’দ ছটিয়াই নামি আহিল সূৰ্য’ নামৰ এখন কাব্য সংকলন ৷ উদীয়মান কবি মৃণাল কুমাৰ বৰাই ৰচনা কৰে এই কাব্য সংকলনখনৰ ৷ ইয়াৰ লগতে, নাৰেংগী আঞ্চলিক কলেজৰ অধ্যাপিকা লখিমী গগৈৰ 'সাঁচতীয়া সপোন' আৰু 'ক'লাজ' নামৰ দুখন দুখন কাব্য সংকলন উন্মোচন কৰা হয় ৷ এই গ্ৰন্থকেইখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ প্ৰফুল্ল কুমাৰ নাথ ,প্ৰবীণ কবি ৰবীন্দ্ৰ বৰা আৰু লেখিকা অৰূপা বৰাই ৷

Intro:দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত কস্তুৰী প্ৰকাশনৰ উদ্যোগত উন্মোচন কৰাহয় উদীয়মান কবি মৃনাল কুমাৰ বৰাৰ স্ব ৰচিত কাব্য সংকলন "ৰদ ছটিয়াই নামি আহিল সূৰ্য" । নাৰেংগী আঞ্চলিক কলেজৰ অধ্যাপিকা লখিমী গগৈৰ স্ব ৰচিত দুখন কাব্য সংকলন "সাচতীয়া সপোন আৰু ক'লাজ" আৰু আৰ কে বেজবৰুৱাৰ শব্দ । গ্ৰন্থ কেইখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ প্ৰফুল্ল কুমাৰ নাথ ,প্ৰবিন কবি ৰবীন্দ্ৰ বৰা আৰু লেখিকা অৰূপা বৰাই ।গ্ৰন্থ কেইখন আদৰি লব সকলো আশাবাদী ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.