ETV Bharat / briefs

বকোত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সামগ্ৰী বিতৰণ আদিত্য ৰাভাৰ

আদিত্য ৰাভাই ৰাইজক আশ্্ব্বাস প্ৰদান কৰি কয় যে, যি সকল লোকে বৰ্তমানলৈ কোনো ধৰণৰ প্ৰয়োজনীয় সামগ্ৰী লাভ কৰা নাই, তেওঁলোকক আগন্তুক বিত্তীয় বৰ্ষত প্ৰদান কৰা হ'ব ।

Boko rabha hasong autonomous council item's distribution program
বকোত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সামগ্ৰী বিতৰণ আদিত্য ৰাভাৰ
author img

By

Published : Oct 2, 2020, 7:24 PM IST

বকো, 2 অক্টোবৰ: বকোৰ ২৮ নং উত্তৰ বনগাঁও ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য আদিত্য ৰাভাই শুকুৰবাৰে বকোৰ পানেৰি গা‌ঁৱত বিভিন্ন সামগ্ৰী হিতাধিকাৰীৰ মাজত বিতৰণ কৰে ।

Boko rabha hasong autonomous council item's distribution program
বকোত সামগ্ৰী বিতৰণ কাৰ্যসূচী

প্ৰায় ৮০০ৰো অধিক হিতাধিকাৰীৰ মাজত সূতা, কম্বল, হোণ্ডা মেচিন, স্প্ৰেB মেচিন, ভলীবল আৰু নেট আদি বিতৰণ কৰে । উল্লেখ্য যে, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ ধনেৰে এই সামগ্ৰীসমূহ ৰাইজৰ মাজত বিতৰণ কৰে ।

কাৰ্যবাহী সদস্য আদিত্য ৰাভাই ৰাইজক আশ্বাস প্ৰদান কৰি কয় যে, যি সকল লোকে বৰ্তমানলৈ কোনো ধৰণৰ প্ৰয়োজনীয় সামগ্ৰী লাভ কৰা নাই, তেওঁলোকক আগন্তুক বিত্তীয় বৰ্ষত প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক: লিডুত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল ৫ টাকৈ ঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.