ETV Bharat / briefs

বোকাখাটত শ্ৰমিক দিৱস উদযাপন - বিশিষ্ট সাংবাদিক

বোকাখাটত অসম চাহ মজদুৰ সংঘ আৰু বোকাখাত শাখা সংঘ আৰু সমূহ চাহ বাগিছা ৰাইজৰ সহযোগত কেন্দ্ৰীয়ভাৱে শ্ৰমিক দিৱস উদযাপন কৰা হয়, এই শ্ৰমিক দিৱসত এখন বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে মুকলি সভাৰো আয়োজন কৰা হয়

বোকাখাটত শ্ৰমিক দিৱস উদযাপন
author img

By

Published : May 1, 2019, 7:26 PM IST

বোকাখাট, ১মেঃ বুধবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বোকাখাটতো উদযাপন কৰা হয় শ্ৰমিক দিৱস। অসম চাহ মজদুৰ সংঘ আৰু বোকাখাত শাখা সংঘৰ অন্তৰ্গত সমূহ চাহ বাগিছা ৰাইজৰ সহযোগত কেন্দ্ৰীয়ভাৱে শ্ৰমিক দিৱস উদযাপন কৰা হয়। এই শ্ৰমিক দিৱসৰ লগত স্মৃতি তৰ্পণৰ সংগতি ৰাখি এখন বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰো আয়োজন কৰা হয়। অসম চাহ মজদূৰ সংঘ বোকাখাত শাখাৰ সৌজন্যত আৰু বোকাখাত শাখাৰ সভাপতি মদন তাঁতীয়ে পতাকা উত্তোলন কৰি এই শোভাযাত্ৰাৰ শুভাৰম্ভণী কৰে ।

বোকাখাটত শ্ৰমিক দিৱস উদযাপন

আনহাতে, শ্ৰমিক দিৱসৰ মুকলি সভাত কেবাজনো বিশিষ্ট সাংবাদিক, বুদ্ধিজীৱীৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা শ্ৰমিকসকলে অংশগ্ৰহণ কৰে।

Intro:অসম চাহ মজদূৰ সংঘ, বোকাখাত শাখাৰ উদ্যোগত আৰু সমূহ বাগিছা সংঘৰ সৌজন্যত শ্ৰমিক দিৱস উদযাপনBody:বোকাখাত, 01-05-2019
আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস। ইয়াৰ লগত সংগতি ৰাখি অসম চাহ মজদূৰ সংঘ বোকাখাত শাখাৰ সৌজন্যত আৰু শাখা সংঘৰ অন্তৰ্গত সমূহ বাগিছা ৰাইজৰ সহযোগত কেন্দ্ৰিয়ভাৱে শ্ৰমিক দিৱস উদযাপন কৰা হয়। চাহ মজদূৰ সংঘ বোকাখাত শাখাৰ সভাপতি মদন তাঁতীয়ে পতাকা উত্তোলন কৰি দিনযোৰা কায্যসূচীৰ শুভাৰম্ভ কৰে। স্মৃতি তৰ্পণৰ লগতে দিৱসৰ লগত সংগতি ৰাখি এক বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱা হয়। মদন তাঁতীৰ সঞ্চালনাত শাখাৰ সম্পাদক তপন কৰ্মকাৰে আঁত ধৰা মুকলি সভাত বিশিষ্ট সাংবাদিক, বুদ্ধিজীৱীৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা শ্ৰমিক ৰাইজে অংশগ্ৰহণ কৰে।Conclusion:Bite: Tapan Karmakar
শ্ৰীমন্ত বৰাৰ ৰিপৰ্ট
ETV BHARAT, BOKAKHAT
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.