ETV Bharat / briefs

চাহ হোটেলৰ কৰ্মচাৰীৰ পুত্ৰই লাভ কৰিলে ডিষ্টিংচন

বাইহাটাৰ চাৰিআলিৰ আগডলাৰ উদ্ধৱ ডেকাৰ পুত্ৰ কৌশিক ডেকাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৭ শতাংশ নম্বৰেৰে লাভ কৰিলে ডিষ্টিংচন ৷

বাইহাটাৰ এজন কৃতিমান ছাত্ৰ
author img

By

Published : May 16, 2019, 10:45 AM IST

বাইহাটা,১৬মে' : বাইহাটা চাৰিআলিৰ আগডলাৰ উদ্ধৱ ডেকা আজি অত্যন্ত আনন্দিত আৰু সুখী । কিয়নো উদ্ধৱ ডেকাৰ পুত্ৰ কৌশিক ডেকাই বুধবাৰে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 87 শতাংশ নম্বৰেৰে লাভ কৰিলে ডিষ্টিংচন । অতি দৰিদ্ৰ পৰিয়ালৰ কৌশিকৰ পিতৃ উদ্ধৱ এখন চাহ হোটেলৰ কৰ্মচাৰী । সামান্য উপাৰ্জনেৰে কৌশিকৰ পিতৃয়ে নিজ ঘৰ চলোৱাৰ উপৰিও কৌশিকক সম্পূৰ্ণ পঢ়াৰ খৰচ বহন কৰিছিল । কৌশিকৰ এই সাফল্যত পিতৃৰ লগতে অঞ্চলবাসী অতি আনন্দিত । ইফালে ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ ইচ্ছা থকা কৌশিকৰ মাতৃয়েও বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা টকা ধাৰলৈ লৈ পুত্ৰৰ পঢ়াৰ বাবদ বহন কৰিছিল খৰচ ।

Intro:Baihata Real Hero

V/O:----বাইহাটা চাৰিআলিৰ আগডলা হাইস্কুলৰ এগৰাকী কৃতিমান ছাত্ৰ । দৰিদ্ৰ পৰিয়ালৰ কৃতিমান ছাত্ৰ কৌশিক ডেকাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৭ শতাংশ নম্বৰে লাভ কৰিলে ডিষ্ট্ৰিংচন । অতিকৈ দুখীয়া পৰিয়ালৰ কৌশিক ডেকাৰ পিতৃ এগৰাকী চাহৰ হোটেলৰ কৰ্মচাৰি । সামান্য উপাৰ্জনেৰে পঢ়াৰ খৰচ বহন কৰিছিল পিতৃয়ে । হোজা প্ৰকৃতিৰ কৌশিকৰ পিতৃ উদ্ধব ডেকা আনন্দিত পুত্ৰৰ সাফল্যত ।
'অকল পিতৃ মাতৃয়ে নহয় , কৌশিকৰ সাফল্যত আন্দিত ওচৰ চুবুৰীয়াৰ লগতে আত্মীয় । এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ ইচ্ছা থকা কৌশিকৰ মাতৃয়ে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা টকা ধাৰলৈ লৈ হলেও পুত্ৰৰ পঢ়াৰ বাবদ বহন কৰিছিল খৰচ ।
Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.