ETV Bharat / briefs

অসমত নপৰে ফেনীৰ প্ৰভাৱ: দুৰ্যোগ ব্যৱস্থাপনা বিষয়া

শনিবাৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ কাৰ্যালয়ত ফেনীৰ বাবে এখন জৰুৰী বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷

অসমত ফেণীৰ প্ৰভাৱ নপৰে
author img

By

Published : May 4, 2019, 5:31 PM IST

গুৱাহাটী, ৪মে' : ফেনীৰ বাবে ৰাজ্যবাসী শংকিত হোৱাৰ কোনো কাৰণ নাই । উৰিষ্যা,পশ্চিমবংগৰ দৰে অসমত প্ৰভাৱ নপৰে এই ঘূৰ্ণী বতাহৰ । শনিবাৰে দুৰ্যোগ ব্যৱস্থাপনা বিষয়াৰ লগত ই.টি.ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এইদৰে মন্তব্য কৰে । দুৰ্যোগ ব্যৱস্থাপনা বিষয়াই অসমৰ ৰাইজক আতংকিত নহ'বলৈ আহ্বান জনোৱাৰ লগতে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ লগতে সকলো জিলা প্ৰশাসনে যিকোনো পৰিস্থিতিৰ লগত মুখামুখি হ'বলৈ সাজু বুলি মন্তব্য কৰে ।

অসমত ফেণীৰ প্ৰভাৱ নপৰে

আনহাতে, শনিবাৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ কাৰ্যালয়ত ফেনীৰ বাবে এখন জৰুৰী বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷

Intro:ফণীৰ বাবে সংকীত হোৱাৰ কোনো কাৰণ নাই । অসমৰ ৰাইজক আতংকিত নহবলৈ আহ্বান দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়াৰ । উৰিষ্যা পশ্চিমবঙ্গৰ দৰে প্ৰভাৱ নপৰে অসমত । যিকোনো পৰিস্থিতিৰ বাবে সম্পুৰ্ণ ৰূপে শস্তম আছে অসম ৰাজ্যক দুৰ্যোগ ব্যৱস্থাপনা প্ৰধাধিকাৰণ লগতে সকলো জিলা প্ৰশাসন ।

Body:ফণীৰ বাবে সংকীত হোৱাৰ কোনো কাৰণ নাই । অসমৰ ৰাইজক আতংকিত নহবলৈ আহ্বান দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়াৰ । উৰিষ্যা পশ্চিমবঙ্গৰ দৰে প্ৰভাৱ নপৰে অসমত । যিকোনো পৰিস্থিতিৰ বাবে সম্পুৰ্ণ ৰূপে শস্তম আছে অসম ৰাজ্যক দুৰ্যোগ ব্যৱস্থাপনা প্ৰধাধিকাৰণ লগতে সকলো জিলা প্ৰশাসন ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.