ETV Bharat / briefs

আব্দুল খালেক বিজেপিৰ দালালঃ সাংসদ চিৰাজুদ্দিন আজমল - বৰপেটাৰ সাংসদ চিৰাজুদ্দিন আজমল

জনীয়াৰ কাদঙত এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি আব্দুল খালেকক বিজেপিৰ দালাল আখ্যা দিলে বৰপেটাৰ সাংসদ চিৰাজুদ্দিন আজমলে৷ লগতে কংগ্ৰেছ দলকো কটাক্ষ কৰে সাংসদ গৰাকীয়ে

এ আই ইউ ডি এফৰ প্ৰাৰ্থী প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ বৰপেটাৰ সাংসদ চিৰাজুদ্দিন আজমলৰ
author img

By

Published : Apr 14, 2019, 10:55 PM IST

বৰপেটা, 14 এপ্ৰিলঃ জনীয়াৰ কাদঙত এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি আব্দুল খালেকক বিজেপিৰ দালাল আখ্যা দিলে বৰপেটাৰ সাংসদ চিৰাজুদ্দিন আজমলে।

"আব্দুল খালেক হ'ল বিজেপিৰ দালাল, কাৰণ তেওঁ হিমন্তৰ প্ৰাৰ্থী৷ আব্দুল খালেক মমবাতি আৰু ডঃ হাফিজ ৰফিকুল ইছলাম সূৰ্য্য, কাৰণ মমবাতিয়ে কেৱল এটা ঘৰত পোহৰ দিয়ে আৰু সূৰ্য্যই সকলোতে পোহৰ দিয়ে৷ " জনীয়া সমষ্টিৰ কাদঙত বৰপেটাৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত এই মন্তব্য কৰে বৰপেটাৰ সাংসদ ছিৰাজ উদ্দীন আজমলে৷ লগতে সভাত কংগ্ৰেছ দলকো তীব্ৰ সমালোচনা কৰে সাংসদ গৰাকীয়ে৷

এ আই ইউ ডি এফৰ প্ৰাৰ্থী প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ বৰপেটাৰ সাংসদ চিৰাজুদ্দিন আজমলৰ

উল্লেখ্য যে, দেওবাৰে কাদঙত হেলিকপ্টাৰেৰে উপস্থিত হয় ছিৰাজ উদ্দীন আজমলৰ লগতে এ আই ইউ ডি এফ নেতা চম্পক কলিতা, বীণা দৈমাৰী আৰু বৰপেটাৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলাম৷

Slug: A_BAR_14APR_809TO811_Abdul_Khaleque_Broker_of_BJP_VIS+BITE_BAPKAN_DAS

আব্দুল খালেকক  বিজেপিৰ দালাল:  সাংসদ চিৰাজুদ্দিন আজমল
বৰপেটা ১৪ এপ্ৰিল : জনীয়াৰ কাদংত এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি  আব্দুল খালেকক  বিজেপিৰ দালাল আখ্যা দিলে বৰপেটাৰ সাংসদ চিৰাজুদ্দিন আজমলে।

"আব্দুল খালেক হল বিজেপিৰ টুছ, বিজেপিৰ দালাল" কাৰণ তেওঁ হিমন্তৰ প্ৰাৰ্থী। "আব্দুল খালেক মমবাতি আৰু ডঃ হাফিজ ৰফিকুল ইছলাম সূৰ্য্য", কাৰণ মমবাতিয়ে কেৱল এটা ঘৰত পোহৰ দিয়ে আৰু সূৰ্য্যই সকলোতে পোহৰ দিয়ে, এই মন্তব্য বৰপেটাৰ সাংসদ ছিৰাজ উদ্দীন আজমলৰ। আজি জনীয়া সমষ্টিৰ কাদংত বৰপেটাৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত এই মন্তব্য কৰে। আজি আবেলি কাদংত হেলিকপ্টাৰেৰে উপস্থিত হয় ছিৰাজ উদ্দীন আজমলৰ লগতে এ আই ইউ ডি এফ নেতা চম্পক কলিতা, বীণা দৈমাৰী আৰু বৰপেটাৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলাম।
ইফালে বৰপেটাৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কয় যে, তেওঁ সূৰ্য্যৰ দৰে সকলোৰে মাজত পোহৰ বিলাব। লগতে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। ২০১১ ৰ বিধান সভা নিৰ্বাচনত জিকিলে জনীয়া সমষ্টিৰ বালিকুৰী আৰু বালাগাওঁত এখন চিকিৎসালয় নিৰ্মান কৰা হব দিয়া প্ৰতিশ্ৰুতি সম্পৰ্কে কৰা প্ৰশ্নৰ উত্তৰত- মুল প্ৰশ্নৰ উত্তৰৰ পৰা ফালৰি কাটি অন্য প্ৰসংগলৈ লৈ যায়।
বাইট : ছিৰাজ উদ্দীন আজমল আৰু ডঃ হাফিজ ৰফিকুল ইছলাম।
--- বাপকন দাস, বৰপেটা
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.