ETV Bharat / briefs

আৰৱৰ পৰা চণ্ডীগড়ত উপস্থিত বিশেষ বিমান - ৰচ অল খাইমাহ আন্তৰ্জাতিক বিমানবন্দৰ

কোভিড-১৯ সংকটৰ বাবে লকডাউন ঘোষণা কৰাৰ ফলত আৰৱত আৱদ্ধ হৈ আছিল বহুসংখ্যক ভাৰতীয় লোক । ভাৰতৰ বন্দে ভাৰত মিছনৰ অধীনত গাল্ফ দেশখনত আৱদ্ধ হৈ থকা লোকসকলক ভাৰতলৈ ওভোটাই অনা হয় ৷

UAE
177 Indians repatriated from UAE
author img

By

Published : Jul 9, 2020, 4:17 PM IST

নিউজ ডেস্ক, ৯ জুলাইঃ বুধবাৰে নিশা ১৭৭ গৰাকী ভাৰতীয় নাগৰিকক লৈ চণ্ডীগড় আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হয় এখন চাৰ্টাৰ্ড বিমান। আৰৱৰ ৰচ অল খাইমাহ আন্তৰ্জাতিক বিমানবন্দৰ (Ras Al Khaimah International Airport)ৰ পৰা বিশেষ বিমানযোগে দেশলৈ উভতাই অনা হয় ভাৰতীয় নাগৰিকসকলক ।

"Sarbat Da Bhala Charitable trust"ৰ মুৰব্বী এচ. পি. সিং অ'বেৰয়ে ভাৰতীয় লোকসকলৰ বাবে এই বিমানখনৰ ব্যৱস্থা কৰিছিল । কোভিড-১৯ সংকটৰ বাবে লকডাউন ঘোষণা কৰাৰ ফলত 'ইউএই'ত আৱদ্ধ হৈ আছিল এইসকল ভাৰতীয় লোক । এচ. পি. সিং অ'বেৰয়ৰ এই সহায়ৰ বাবে তেওঁক যাত্ৰীসকলে প্ৰশংসা কৰে ।

লগতে পঢ়কঃ অন্ধ্ৰ-উৰিষ্যা সীমান্তত জব্দ ৫,৪৭৭ কিঃগ্ৰাঃ গাঞ্জা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.