ETV Bharat / bharat

Chair Exercises: চকীৰ সৈতে মাত্ৰ ১০ মিনিট কৰক এই ব্যায়াম, হাতে হাতে পাওক পৰিণাম - চকীৰ ব্যায়াম

যদি আপুনি ইয়াত দিয়া চকীৰ ব্যায়ামটো মাত্ৰ ১০ মিনিট সময়লৈকে কৰে, তেন্তে বিশ্বাস কৰক, আপুনি আপোনাৰ ওজন অতি সহজে কমাব পাৰে । গতিকে এই উপায়সমূহৰ বিষয়ে জানি লওক ।

You can easily reduce your weight with just 10 minutes of these chair exercises
চকীৰ সৈতে মাত্ৰ ১০ মিনিট কৰক এই ব্যায়াম, হাতে হাতে পাওক পৰিণাম
author img

By

Published : Mar 10, 2023, 1:26 PM IST

চকীৰ সহায়ত কৰা ব্যায়ামে আপোনাৰ মজ্জাক শক্তিশালী কৰাত সহায় কৰে আৰু কঁকালটো চেপেটাত ৰখাত সহায় কৰে(Exercises for Weight Loss)। কামৰ পৰা কিছু সময় উলিয়াই সেইবোৰ কৰিব পাৰে । একে ঠাইতে অবিৰতভাৱে বহি থকাৰ বাবে কঁকাল, পিঠি আৰু কেতিয়াবা নিতম্বতো বিষ হয়, গতিকে এই ব্যায়ামবোৰ কৰিলে বিষটোও নাইকিয়া হৈ মেদবহুলতাও কমি যাব । গতিকে আৰু পলম নকৰাকৈ এই ব্যায়ামবোৰৰ বিষয়ে এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক(Chair Exercises For weight loss)।

চেয়াৰ স্কোৱাট (Chair Squats)

একে ঠাইতে ঘণ্টাৰ পিছত ঘণ্টা বহি কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰে, কিন্তু বুজিব যে এই অভ্যাস আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নহয় । গতিকে এটা নিয়ম আছে যে যদি আপুনি চকী এখনত ৩০ মিনিট বহি থাকে তেন্তে ৩ মিনিটৰ বিৰতি লওক । যিটো সক্ৰিয় হৈ থকাৰ এক সহজ আৰু ফলপ্ৰসূ উপায় । ইয়াক আৰু এখোজ আগুৱাই নিলে ইয়াত স্কুৱাট যোগ কৰিব পাৰি । ইয়াৰ ফলত পেটৰ চৰ্বী কম হোৱাৰ লগতে গ্লুট পেশীবোৰো শক্তিশালী হ’ব । ইয়াৰ দ্বাৰা কম সময়ত বহুত কেলৰি বাৰ্ণ কৰিব পাৰে আৰু আপুনি আপোনাৰ শৰীৰটোক এক সঠিক আকাৰ দিব পাৰে(Can chair exercises help you lose weight?)।

চেয়াৰ স্কোৱাট কেনেকৈ কৰিব লাগে ?

  • থিয় হৈ চকীত বহি থকাৰ দৰে বহিবলৈ চেষ্টা কৰক কিন্তু আপোনাৰ নিতম্ব চকীখনত স্পৰ্শ কৰাৰ লগে লগে উঠিব লাগিব ।
  • এই কাম কৰি থাকোঁতে পিঠিখন পোন কৰি ৰাখক ।
  • এইদৰে ৮-১০ বাৰ কৰক( best exercise to lose weight while sitting)।
  • চৰ্বি কম কৰাৰ উপৰিও ই আপোনাক শাৰীৰিকভাৱে ফিট কৰি ৰাখিব(How do you lose belly fat sitting in a chair?)।

ক্ৰছ-লেগড স্কোৱাট

  • চকী ব্যায়ামৰ আন এটা ভিন্নতা যিটো আপুনি ওজন কমাবলৈ আৰু আপোনাৰ এবছ টোন কৰিবলৈ কৰিব পাৰে হ’ল ক্ৰছ-লেগড স্কোৱাট ।
  • ক্ৰছ লেগ স্কুৱাট কেনেকৈ কৰিব লাগে
  • ইয়াৰ বাবে সোঁ ভৰিখন বাওঁ ভৰিৰ ওপৰত ৰাখক আৰু তাৰ পিছত বহিবলৈ চেষ্টা কৰক । এখন ভৰিৰে ৪ৰ পৰা ৫ বাৰ কৰাৰ পিছত আনখন ভৰিৰে একেটা ব্যায়াম পুনৰাবৃত্তি কৰক ।
  • চকীৰ ব্যায়াম কৰি থাকোঁতে মনত ৰাখিব যে পিঠিখন পোন কৰি ৰাখিব লাগিব ।
  • এই ব্যায়ামে ভৰিৰ শক্তিও গঢ়ি তোলে ।

লেগ লিফটিং ব্যায়াম

ঘৰতে সহজে কৰিব পৰা তৃতীয়টো ব্যায়াম হ’ল এৰোবিক ব্যায়াম । যিটোৱে ওজন আৰু পেট কমোৱাৰ উপৰিও আন বহু দিশত উপকাৰী ।

লেগ লিফটিং ব্যায়াম কেনেকৈ কৰিব

  • ইয়াৰ বাবে চকীখনৰ সন্মুখত থিয় হৈ ভৰি দুখন আঁতৰাই ৰাখক আৰু ভৰিৰ আঙুলিত থিয় হওক ।
  • প্ৰথমে সোঁ ভৰিখন চকীখনত ৰাখিব লাগিব তাৰ পিছত বাওঁ ভৰিখন(Exercises for Weight Loss)। দুয়োখন ভৰি চকীখনত পাল পাতি ৰাখক ।
  • এই ব্যায়ামৰ দ্বাৰা ভৰি দুখন মজবুত হৈ উঠে আৰু ওজনো নিয়ন্ত্ৰিত হয় ।

লগতে পঢ়ক: Satish Kaushik Death News: হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু সতীশ কৌশিকৰ, আপুনিও হাৰ্ট এটেকৰ এই লক্ষণসমূহ আওকাণ নকৰিব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.