ETV Bharat / bharat

মোৰাদাবাদত ক'ভিড টীকাকৰণ লাভৰ 24 ঘন্টাৰ ভিতৰত ৱাৰ্ড বয়ৰ মৃত্যু

author img

By

Published : Jan 18, 2021, 8:00 AM IST

মোৰাদাবাদত ক'ভিড টীকাকৰণ লাভৰ 24 ঘন্টাৰ ভিতৰত ৱাৰ্ড বয়ৰ মৃত্যু ৷ মৃত ৱাৰ্ড বয়জন মহিপাল ৷

মোৰাদাবাদ
ৱাৰ্ড বয়ৰ মৃত্যু

নেশ্যনেল ডেস্ক, 18 জানুৱাৰী : ক'ভিড টীকাকৰণৰ 24 ঘন্টা পাচত প্ৰাণ হেৰুৱালে এজন ৱাৰ্ড বয়ে ৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মোৰাদাবাদত ৷ মৃত ৱাৰ্ড বয়জনৰ নাম মহিপাল ৷

মহিপালৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, ক'ভিডৰ টীকাকৰণ লাভৰ পাচতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু দেওবাৰে সন্ধিয়া ভাগত তেওঁৰ মৃত্যু হয় ৷

CMO এম চি গাৰ্গে জানিবলৈ দিয়া অনুসৰি, বুকুৰ বিষ অনুভৱ কৰা বাবে মহিপালক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ তেওঁ লগতে কয় যে, ক'ভিডৰ টীকাকৰণৰ ফলত তেওঁৰ মৃত্যু হোৱা নাই ৷ মৰণোত্তৰ পৰীক্ষাৰ পাচতহে তেওঁৰ মৃত্যুৰ কাৰণ জানিব পৰা হ'ব ৷

লগতে পঢ়ক : মুম্বাইত বাৰ্ড ফ্লু'ৰ আতংক : 24 ঘন্টাত মৃত্যু 214 পক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.