ETV Bharat / bharat

MILAN 22 at Visakhapatnam : বিশাখাপট্টনমত 11 সংখ্যক সামুদ্ৰিক সমাৰোহৰ সামৰণি

বিশাখাপট্টনমত অনুষ্ঠিত 11 সংখ্যক সামুদ্ৰিক সমাৰোহ মিলন (Sea phase of MILAN 22 concludes) অনুষ্ঠিত হৈ যায় ৷ শুকুৰবাৰে সামৰণি পৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ২৬ খন জাহাজ, এটা চাবমেৰিন আৰু ২১ খন বিমানে ৷

MILAN 22 at Visakhapatnam
বিশাখাপট্টনমত 11 সংখ্যক সামুদ্ৰিক সমাৰোহৰ সামৰণি
author img

By

Published : Mar 5, 2022, 10:08 AM IST

নেশ্যনেল ডেস্ক, 5 মাৰ্চ : বিশাখাপট্টনমত অনুষ্ঠিত 11 সংখ্যক সামুদ্ৰিক সমাৰোহ মিলন (Sea phase of MILAN 22 concludes) অনুষ্ঠিত হৈ যায় ৷ শুকুৰবাৰে সামৰণি পৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ২৬ খন জাহাজ, এটা চাবমেৰিন আৰু ২১ খন বিমানে ৷

নৌসেনাৰ মাজত সামঞ্জস্য, আন্তঃকাৰ্যকাৰিতা, পাৰস্পৰিক বুজাবুজি আৰু সামুদ্ৰিক সহযোগিতা বৃদ্ধিৰ বাবে নৌ অভিযানৰ তিনিওটা শাখাতে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল ৷

মিলন ২২ ৰ সামৰণি অনুষ্ঠানলৈ অংশগ্ৰহণকাৰী জাহাজৰ কমাণ্ডিং বিষয়াসকলে হেলিকপ্তাৰ আৰু নাওৰে আহিছিল । ছয়খন বিদেশী জাহাজে ভাৰ্চুৱেলী এই সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানটোত সভাপতিত্ব কৰে আৰএডিএম সঞ্জয় ভল্লা, এনএম, ফ্লেগ অফিচাৰ আৰু কমাণ্ডিং ইষ্টাৰ্ণ ফ্লীটে ।

মিলন 2022 শীৰ্ষক অনুষ্ঠানটো 1-4 মাৰ্চলৈ অনুষ্ঠিত হৈছিল ৷ যাৰ লক্ষ্য আছিল আন্তঃকাৰ্যকাৰিতা আৰু সামুদ্ৰিক সহযোগিতা বৃদ্ধি ৷ য’ত অন্তৰ্ভুক্ত আছিল ফায়াৰিং, সামুদ্ৰিক শক্তিৰ বিৱৰ্তন, উন্নত এণ্টি-চাবমেৰিন যুদ্ধ অনুশীলন, ক্ৰছ ডেক হেলিকপ্তাৰ অৱতৰণ, জটিল কাৰ্যকৰী পৰিস্থিতিৰ অনুকৰণ আদিৰ দৰে বিষয়সমূহ ৷

লগতে চাওক: এতিয়া ইউক্ৰেইনৰ পৰা প্ৰভু-ভক্তক লগতে লৈ আহিব পাৰিব ভাৰতীয়ই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.