ETV Bharat / bharat

বাজেট উত্থাপনৰ পূৰ্বে বৈঠকত মিলিত হ’ব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

author img

By

Published : Jan 31, 2021, 10:35 PM IST

সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ জোশীয়ে শনিবাৰে কৈছিল যে, 29 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা বাজেট অধিৱেশনখনত 38 টা আইনগত বিষয় উত্থাপন কৰা হ’ব ৷ অধিৱেশনখনৰ প্ৰথম পৰ্যায়টো 15 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ’ব ৷ আনহাতে, 8 মাৰ্চৰ পৰা 8 এপ্ৰিললৈ অনুষ্ঠিত হ’ব অধিৱেশনৰ দ্বিতীয় পৰ্যায় ৷

Union Cabinet to meet tomorrow ahead of budget presentation
বাজেট উত্থাপনৰ পূৰ্বে বৈঠকত মিলিত হ’ব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

নিউজ ডেস্ক,31 জানুৱাৰী: সংসদত 2021-22 বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপনৰ পূৰ্বে সোমবাৰে দিনৰ 10.15 বজাত এক বৈঠকত মিলিত হ’ব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ৷ 1 ফেব্ৰুৱাৰী দিনৰ 11 বজাত সংসদত উত্থাপন কৰা হ’ব বাজেট ৷

সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ জোশীয়ে শনিবাৰে কৈছিল যে, 29 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা বাজেট অধিৱেশনখনত 38 টা আইনগত বিষয় উত্থাপন কৰা হ’ব ৷ অধিৱেশনখনৰ প্ৰথম পৰ্যায়টো 15 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ’ব ৷ আনহাতে, 8 মাৰ্চৰ পৰা 8 এপ্ৰিললৈ অনুষ্ঠিত হ’ব অধিৱেশনৰ দ্বিতীয় পৰ্যায় ৷

উল্লেখ্য যে, শূণ্যকালীন ঘন্টা(zero hour) আৰু প্ৰশ্নোকালীন ঘন্টাৰ মাজত পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ ৰাজ্য সভা আৰু নিশা 8 বজাৰ পৰা 9 বজালৈ লোকসভাৰ কাম কাজ অব্যাহত থাকিব ৷

লগতে পঢ়ক-ভাৰতৰ প্ৰথমগৰাকী পৰম বীৰ চক্ৰ লাভ কৰা মেজৰ সোমনাথ শৰ্মাক স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.