ETV Bharat / bharat

UNION BUDGET 2023 LIVE UPDATES: সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেট পাঠ

author img

By

Published : Feb 1, 2023, 12:37 PM IST

Updated : Feb 1, 2023, 1:29 PM IST

Etv Bharat
Etv Bharat

13:04 February 01

13:04 February 01

পৰিবহণ (Transportation)

পৰিবহণ আন্তঃগাঁথনিৰ বাবে 75 হাজাৰ কোটি টকা ঘোষণা

13:03 February 01

শিক্ষা খণ্ড (Education Sector)

30 লাখ শিক্ষাৰ্থীলৈ শিক্ষা বৃত্তি ঘোষণা

12:59 February 01

কি কি বস্তুৰ দাম বাঢ়িল

ধপাঁতযুক্ত সামগ্ৰীৰ

বৰ্হিৰাষ্ট্ৰত নিৰ্মিত চিমনী

বিদেশৰ পৰা ক্ৰয় কৰা ৰূপৰ সামগ্ৰীৰ

সোণ

প্লেটিনাম

12:46 February 01

বিমান বন্দৰ (Air port)

50 টা নতুন বিমান বন্দৰ স্থাপন কৰা হ’ব বুলি ঘোষণা

12:41 February 01

কৰ ৰেহাই

কৰ আদায়ৰ সীমা সলনি

০-৩ লাখ লোকে কোনো কৰ দিব নালাগে ৷ ৩ ৰ পৰা ৬ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰাসকলে ৫ %

৬ ৰ পৰা ৯ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰাসকলে ১০ %

9 ৰ পৰা 12 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰাসকলে ১৫ %

১২ ৰ পৰা ১৫ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰাসকলে ২০ %

১৫ লাখ অথবা তাৰ ওপৰৰ আয়কৰসকলে কৰ দিব লাগিব ৩০ %

12:40 February 01

ডিজিটেল লেনদেন

ইউ পি আইৰ জৰিয়তে ৭৪০০ কোটি ডিজিটেল লেনদেন

12:36 February 01

কৰ (Tax)

7 লাখ টকালৈ আয়কৰ ৰেহাই

5-7 লাখ টকালৈ আয়কৰ বৃদ্ধি

6-9 লাখ টকালৈ 10% কৰ আৰোপ, দিব লাগিব 45 হাজাৰ টকা সুত

9-12 15% কৰ

12-15 20 %

15 লাখৰ অধিক হ’লে 30%

12:19 February 01

কি কি বস্তুৰ দাম কমিব

মোবাইল

LED টিভি

চাইকেল

কাপোৰ

কেমেৰাৰ লেন্স

বাইক

বৈদ্যুতিক সামগ্ৰী

স্বদেশী কোম্পানীৰ চিমনী

খেলনা সামগ্ৰী

বৈদ্যুতিৰ বাহনৰ

সীমা শুল্ক 13 %

12:13 February 01

চাকৰি আৰু নতুন সম্ভাৱনা সৃষ্টি ( job creation and creating new opportunities)

চাকৰিৰ লগতে নতুন সুযোগ সৃষ্টিৰ বাবে একেৰাহে তৃতীয় বছৰত মূলধনী বিনিয়োগৰ ব্যয় ৩৩ শতাংশ বৃদ্ধি পাই ১০ লাখ কোটি টকা হৈছে, যিটো হ’ব মুঠ ঘৰুৱা উৎপাদনৰ ৩.৩। এই ব্যয় ২০২০ চনত কৰা ব্যয়ৰ তিনিগুণ ।

12:05 February 01

ডিজিটেল পুথিভঁৰাল

শিশু আৰু কিশোৰ-কিশোৰীসকলৰ বাবে এটা ৰাষ্ট্ৰীয় ডিজিটেল পুথিভঁৰাল স্থাপন কৰা হ’ব (National digital library)

11:59 February 01

ৰেল বিভাগ

ৰে’লৱেৰ বাবে ২.৪০ লাখ কোটি টকাৰ মূলধনী ব্যয়ৰ ব্যৱস্থা কৰা হৈছে ৷ এই সৰ্বাধিক ব্যয় ২০১৩-১৪ বিত্তীয় বৰ্ষত কৰা ব্যয়ৰ প্ৰায় ৯ গুণ ৷

11:55 February 01

কৃষি খণ্ড (Agriculture sector)

কৃষকক প্ৰদান কৰা হ’ব ডিজিটেল প্ৰশিক্ষণ ৷ পশুপালন আৰু মৎস্যপালনত অগ্ৰাধিকাৰ ৷ মীনপালনৰ বাবে 6000 কোটি ধাৰ্য ৷

11:46 February 01

নাৰী সৱলীকৰণ (Women empowerment)

দিনদয়াল অন্তৰ্দয়া যোজনা, ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ জৰিয়তে ৮১ লাখ আত্মসহায়ক গোটে মহিলা সকলক (Women empowerment) সংগঠিত তথা স্বাৱলম্বী কৰি তুলিছে । এই গোটসমূহক অৰ্থনৈতিক সবলীকৰণৰ দ্বিতীয় পৰ্যায়ত উপনীত হোৱাত সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান ৷

11:41 February 01

জি-২০

জি-২০ৰ অধ্যক্ষতাই দেশক বিশ্ব অৰ্থনৈতিক ব্যৱস্থাত আমাৰ ভূমিকা শক্তিশালী কৰাৰ এক সুবৰ্ণ সুযোগ প্ৰদান কৰে । দেশবাসীক বিশ্বজনীন প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা আৰু বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ সুবিধা প্ৰদানৰ বাবে এক অভিলাষী জনকেন্দ্ৰিক এজেণ্ডা পৰিচালনা কৰা হৈছে ।

11:35 February 01

আদিবাসীসকললৈ আৰ্থিক পেকেজ

আদিবাসীসকললৈ 15হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা ৷ আদিবাসীসকলৰ বাবে নিৰ্মাণ কৰা হ’ব বিশেষ শিক্ষানুষ্ঠান ৷

11:32 February 01

জনমূৰি আয় (per capita income)

জনমূৰি আয় দুগুণ বৃদ্ধি পাই ১.৯৭ লাখ টকা হৈছে (per capita income)

11:29 February 01

স্বাস্থ্য খণ্ড

২০১৪ চনৰ পৰা স্থাপিত হোৱা ১৫৭ খন চিকিৎসা মহাবিদ্যালয়ত স্থাপন কৰা বৰ্তমানৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ সৈতে একেলগে ১৫৭ খন নতুন নাৰ্চিং কলেজ স্থাপন কৰা হ’ব ।

11:23 February 01

বাজেটত অগ্ৰাধিকাৰ লাভ কৰিছে সাতটা বিষয়ে

এইবাৰৰ বাজেটত অগ্ৰাধিকাৰ লাভ কৰিছে সাতটা বিষয়ে । ইটোৱে সিটোৰ পৰিপূৰক। অমৃত কালত আমাক পথ প্ৰদৰ্শন কৰি থকা সপ্তৰীশি।

১/ সৰ্বাংগীন উন্নয়ন।

২/ লক্ষ্যস্থানত উপস্থিত হোৱা

৩/ আন্তঃগাঁথনি আৰু বিনিয়োগ

৪/ সম্ভাৱনাবোৰ মুকলি কৰি দিয়া

৫/ গ্ৰীণ গ্ৰুথ

৬/ যুৱ শক্তি

৭/ বিত্তীয় খণ্ড।

সবকা সাথ সবকা বিকাশক দৰ্শন হিচাপে লৈ চৰকাৰখনে কৃষক, মহিলা, যুৱক-যুৱতী, অনুসূচাত জাতি-জনগোষ্ঠীৰ লোক, দিব্যাংগ আৰু অৰ্থনৈতিকভাৱে দুৰ্বল অংশলৈ প্ৰদান কৰিছে সামগ্ৰিক উন্নয়নৰ সুবিধা ।

11:14 February 01

কোভিডকালীন সময়ছোৱাত চৰকাৰী সাহায্য

covid ৰ সময়ত কোনেও যাতে ভোকত পৰিলগীয়া নহয় তাৰ বাবে 28 মাহত 80 কোটি পৰিয়াললৈ খাদ্য যোগান ধৰা বুলি সদনত উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে । চৰকাৰৰ প্ৰতিশ্ৰুতি অব্যাহত ৰাখি চৰকাৰখনে ২০২৩ চনৰ জানুৱাৰী মাহৰ পৰা সকলো এই সহায়ৰ প্ৰয়োজন থকা প্ৰতিখন ঘৰলৈ খাদ্য আৰু সকলো পুষ্টিকৰ উপাদান যোগান ধৰে বুলি সদনত উল্লেখ বিত্তমন্ত্ৰীগৰাকীৰ ৷ সমগ্ৰ আঁচনিখন প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ জৰিয়তে ৰূপায়ণ কৰা হ’ব আৰু ২ লাখ কোটিৰ সমগ্ৰ ব্যয় কেন্দ্ৰীয় চৰকাৰে বহন কৰিব ৷

11:10 February 01

Union badgetv 2023

দাখিল হ’ল নৰেন্দ্ৰ মোদী চৰকাৰৰ দশমখন বাজেট ৷ 80 কোটি লোকে লাভ কৰিব বিনামূলীয়া আচঁনি ৷ কোভিড আৰু যুদ্ধৰ পাচতো সবল স্থিতিত ভাৰতীয় অৰ্থনীতি ৷

11:08 February 01

অৰ্থনীতি (Economic sector)

সদনত দাখিল 2023-24 বৰ্ষৰ বাজেট ৷ ভাৰতীয় অৰ্থনীতি সঠিক দিশেৰে আগবঢ়িছে বুলি মন্তব্য বিত্তমন্ত্ৰীগৰাকীৰ ৷ প্ৰযুক্তি নিৰ্ভৰ অৰ্থনীতিৰ ওপৰত অগ্ৰাধিকাৰ প্ৰদান ৷

10:48 February 01

UNION BUDGET 2023 LIVE UPDATES: সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেট পাঠ

আজি সদনত উত্থাপন হ’ব কেন্দ্ৰীয় বাজেট ২০২৩-২৪ (Union budget 2023)৷ ক্ৰমাগত পঞ্চমবাৰৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Nirmala Sitharaman to present her fifth Budget today)।

10:45 February 01

UNION BUDGET 2023-24 LIVE PAGE

বাজেট দাখিলৰ দিশে আগবঢ়িছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ অমৃতকালৰ প্ৰথমখন বাজেট বুলি আখ্যা বিত্তমন্ত্ৰীগৰাকীৰ ৷

Last Updated : Feb 1, 2023, 1:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.