ETV Bharat / bharat

অন্ধ্ৰপ্ৰদেশত দুৰ্বৃত্তৰ আক্ৰমণত দুগৰাকী টিডিপি নেতা নিহত

টিডিপি (TDP)ৰ নিহত নেতা দুগৰাকী পেচাৰাভাই গাঁৱৰ প্ৰাক্তন চৰপঞ্চ নাগেশ্বৰ ৰেড্ডী (Nageshwara Reddy) আৰু সমবায় সমিতিৰ প্ৰাক্তন সভাপতি ৱাদ্দু প্ৰতাপ ৰেড্ডী (Vaddu Pratap Reddy) ৷ এই ঘটনাত গুৰুতৰভাৱে আহত আন তিনিগৰাকীক ততাতৈয়াকৈ নন্দিয়ালা চৰকাৰী চিকিৎসালয় (Nandyala Government Hospital)ত ভৰ্তি কৰা হয় ৷

author img

By

Published : Jun 17, 2021, 4:51 PM IST

Two TDP leaders killed in Andhra Pradesh
অন্ধ্ৰপ্ৰদেশত দুৰ্বৃত্তৰ আক্ৰমণত দুগৰাকী টিডিপি (TDP) নেতা নিহত

নিউজ ডেস্ক, 17 জুন : অন্ধ্ৰপ্ৰদেশৰ কুৰনুল জিলা (Kurnool district in Andhra Pradesh)ত বৃহস্পতিবাৰে অচিনাক্ত দুৰ্বত্তৰ আক্ৰমণত দুগৰাকী টিডিপি (Two TDP leaders killed) নেতা নিহত হয় ৷ নিহত নেতা দুগৰাকী পেচাৰাভাই গাঁৱৰ প্ৰাক্তন চৰপঞ্চ নাগেশ্বৰ ৰেড্ডী (Nageshwara Reddy) আৰু সমবায় সমিতিৰ প্ৰাক্তন সভাপতি ৱাদ্দু প্ৰতাপ ৰেড্ডী (Vaddu Pratap Reddy) বুলি জানিব পৰা হৈছে ৷ টিডিপি (TDP)ৰ নেতা দুগৰাকীক প্ৰথমে গাড়ীৰে খুন্দিয়াই আহত কৰাৰ পাছত পেচাৰাভাই গাঁৱ (Pesaravai village)ত হত্যা কৰা হৈছিল ৷

Two TDP leaders killed in Andhra Pradesh's Kurnool
অন্ধ্ৰপ্ৰদেশত দুৰ্বৃত্তৰ আক্ৰমণত দুগৰাকী টিডিপি নেতা নিহত

এই ঘটনাৰ তথ্য লাভ কৰাৰ পাছতেই গাদিভেমুলা গাঁৱৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ আনহাতে এই আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা আন তিনিজন ব্যক্তি ক্ৰমে ৱাদ্দু ভেংকটেশ্বৰ ৰেড্ডী, ৱাদ্দু চুব্বাৰেড্ডী আৰু ভেংকটেশ্বৰ ৰেড্ডীক ততাতৈয়াকৈ নন্দিয়ালা চৰকাৰী চিকিৎসালয় (Nandyala Government Hospital)ত ভৰ্তি কৰা হয় ৷ বৰ্তমান টিডিপি (TDP) নেতা কেইগৰাকীৰ আক্ৰমণকাৰীৰ সন্ধানত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ কথা গাদিভেমুলা আৰক্ষীৰ এগৰাকী উপ পৰিদৰ্শকে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : HCAৰ অধ্যক্ষ মহম্মদ আজহাৰউদ্দিন(Mohammad Azharuddin)ক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.