- বলীউডৰ মোহময়ী অভিনেত্ৰী তনিশা শৰ্মাৰ আত্মহত্যা(Tunisha Sharma committed suicide)
- ধৰাবাহিকৰ শ্বুটিংস্থলীতে আত্মহত্যা অভিনেত্ৰীগৰাকীৰ(Tunisha Sharma suicide on Shooting set)
- শ্বুটিংস্থলীত ওলমি থকা অৱস্থাত উদ্ধাৰ তনিশাৰ মৃতদেহ
- চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও মৃত ঘোষণা কৰে চিকিৎসকে
- ‘ডাবাং-3’ ছবিতো অভিনয় কৰিছিল তনিশা শৰ্মাই
- কেইবাখনো জনপ্ৰিয় হিন্দী ধাৰাবাহিকত অভিনয় কৰিছিল তনিশা শৰ্মাই(TV actress Tunisha Sharma )
- বৰ্তমানলৈ পোহৰলৈ অহা নাই অভিনেত্ৰীগৰাকীৰ আত্মহত্যাৰ কাৰণ
Tunisha Sharma suicide: বলীউড অভিনেত্ৰী তনিশা শৰ্মাৰ আত্মহত্যা - বলীউডৰ মোহময়ী অভিনেত্ৰী
বলীউডৰ মোহময়ী অভিনেত্ৰী তনিশা শৰ্মাৰ আত্মহত্যা ৷ ধৰাবাহিকৰ শ্বুটিংস্থলীতে আত্মহত্যা অভিনেত্ৰীগৰাকীৰ ৷ শ্বুটিংস্থলীত উলমি থকা অৱস্থাত উদ্ধাৰ তনিশাৰ মৃতদেহ ৷

বলীউড অভিনেত্ৰী তনিশা শৰ্মাৰ আত্মহত্যা