ETV Bharat / bharat

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ ক'ভিড-19ত আক্ৰান্ত

author img

By

Published : Apr 7, 2021, 12:34 PM IST

ক'ভিড-19ত আক্ৰান্ত হৈছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ ৷ বুধবাৰে সামাজিক মাধ্যমযোগে আক্ৰান্ত হোৱাৰ কথা সদৰি কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ ক'ভিড-19ত আক্ৰান্ত
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ ক'ভিড-19ত আক্ৰান্ত

নেশ্যনেল ডেস্ক, 7 এপ্ৰিল : ক'ভিড-19ত আক্ৰান্ত হৈছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ ৷ বুধবাৰে সামাজিক মাধ্যমযোগে আক্ৰান্ত হোৱাৰ কথা সদৰি কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

  • I have been tested positive for Covid-19. I have isolated myself at home as per the advice of doctors.

    I request everyone to please follow all the covid appropriate behaviour and stay safe.

    — Biplab Kumar Deb (@BjpBiplab) April 7, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

টুইটযোগে মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, "মই ক'ভিড-19ত আক্ৰান্ত হৈছো ৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত মই চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঘৰতে আছুতীয়াকৈ আছো ৷ সেয়েহে মোৰ সংস্পৰ্শলৈ অহা সকলো লোককে স্বাস্থ্য পৰীক্ষাৰ লগতে সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনালো ৷"

উল্লেখ্য যে, মুখ্যমন্ত্ৰী গৰাকীয়ে বহু কেইখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ লগতে মঙলবাৰেও বিজেপিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সূৰ্যমনি নগৰত আয়োজন কৰা বিশাল সভাত অংশ গ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক: কোকৰাঝাৰত ইউপিপিএল সমৰ্থকৰ বাহনত দুষ্কৃতিকাৰীৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.