ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোডীৰ মিছা কথা উন্মোচন কৰিবলৈ তৃণমূলৰ জুমলা মিটাৰ

পশ্চিমবংগৰ শাসকীয় দলে প্ৰধানমন্ত্ৰীৰ মিছা প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰিবলৈ এটা নিৰ্দিষ্ট ব্যৱস্থা আৰম্ভ কৰিছে (system to highlight false promises of Modi) । আৰু ইয়াৰ জৰিয়তে তৃণমূল কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে যুঁজক ছ'চিয়েল মিডিয়াত এক পৃথক স্তৰলৈ লৈ যাব বিচাৰিছে (Trinamool Congress fight against BJP) ।

author img

By

Published : Aug 19, 2022, 8:04 PM IST

Trinamool Congress
Trinamool Congress

নিউজ ডেস্ক, ১৯ আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বহু সময়ত অভিযোগ উত্থাপন হৈ আহিছে যে তেওঁ কথাৰ মানুহ, কামৰ নহয় । কথা আৰু কামৰ মাজত কোনো মিল নাই প্ৰধানমন্ত্ৰীৰ । মিছা প্ৰতিশ্ৰুতিৰ বন্যাৰে জনসাধাৰণৰ আঁভুৱা-ভাৰি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

প্ৰধানমন্ত্ৰীয়ে বহু কথা কয়, কিন্তু তেওঁ ব্যৱহাৰিকভাৱে কিমান প্ৰতিশ্ৰুতি পালন কৰে? বিৰোধী দলবোৰে দীৰ্ঘদিন ধৰি এনে প্ৰশ্ন উত্থাপন কৰি আহিছে (Opposition parties raising questions about PM promises) । সম্প্ৰতি তৃণমূল কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণৰ এক নতুন আহিলা ব্যৱহাৰ কৰিছে, সেয়া হৈছে 'জুমলা মিটাৰ' (Trinamool Congress targetting PM Modi by using jumla meter) ।

পশ্চিমবংগৰ শাসকীয় দলে প্ৰধানমন্ত্ৰীৰ মিছা প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰিবলৈ এটা নিৰ্দিষ্ট ব্যৱস্থা আৰম্ভ কৰিছে (system to highlight false promises of Modi) । আৰু ইয়াৰ জৰিয়তে তৃণমূল কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে যুঁজক ছ'চিয়েল মিডিয়াত এক পৃথক স্তৰলৈ লৈ যাব বিচাৰিছে (Trinamool Congress fight against BJP) ।

শেহতীয়াভাৱে দেখা গৈছে যে তৃণমূলে ছ'চিয়েল মিডিয়াত বিজেপিৰ সৈতে প্ৰতিটো পোষ্টৰ সমান আৰু যোগ্য প্ৰত্যুত্তৰ আগবঢ়াই আহিছে । তৃণমূল কংগ্ৰেছৰ সামাজিক মাধ্যমৰ দলটোৱে একাধিক বিষয়ত ট্ৰেণ্ডিং কৰি আছে (Trinamool Congres social media team trending multiple issues)। তাৰে ভিতৰত ছ'চিয়েল মিডিয়াত জুমলা মিটাৰ হৈছে এক নতুন প্ৰয়াস ।

মমতা বেনাৰ্জীৰ তৃণমূলে (West Bengal Chief Minister Mamata Banerjee) দাবী কৰিছে যে এই জুমলা মিটাৰটোৱে প্ৰকৃততে কেন্দ্ৰত শাসকীয় দলৰ মিছা কথা উন্মোচন কৰিব । মিছা কথাবোৰ ৰাজহুৱা মঞ্চত লিখিত ৰূপত থাকিব ।

এই সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ তথা দলটোৰ নেতা ডেৰেক অ'ব্ৰায়েনে কয়, "প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল । সেইটো পুনৰ পাহৰি যাওক । আমি তেওঁৰ জুমলা জনসাধাৰণৰ আগত উপস্থাপন কৰিম । কেন্দ্ৰীয় চৰকাৰে সংসদত জুমলা শব্দৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে (central government banned jumla word in Parliament) ।"

লগতে পঢ়ক :উন্নয়নৰ পৰিৱৰ্তে বিজ্ঞাপনত ধন ব্যয়, ত্ৰিপুৰা চৰকাৰক সমালোচনা চিপিআইএমৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.