ETV Bharat / bharat

মিজোবাসীক সহায়ৰ বাবে আগবাঢ়ি আহিছে প্ৰজেক্ট ফ্লেছলাইট ২১

author img

By

Published : May 19, 2021, 5:19 PM IST

বিগত ১৯ এপ্ৰিলত প্ৰজেক্ট ফ্লেছলাইট ২১-ৰ প্ৰতিষ্ঠাপক ভানলালহমঙ্গাইহজুয়ালীয়ে মিজো সম্প্ৰদায়ৰ লোকসকলৰ সংকটৰ সময়ত জৰুৰীকালীন অৱস্থাৰ বাবে সহায় আগবঢ়াবলৈ তেওঁ প্ৰকল্পটো আৰম্ভ কৰিছিল । বিশেষকৈ সেইসকল লোকৰ বাবে যিসকল লোকে মহামাৰী আৰু লকডাউনৰ সময়ত বহু সমস্যাৰ সন্মুখীন হৈছিল ।

COVID MIZORAM
মিজোবাসীক সহায়ৰ বাবে আগবাঢ়ি আহিছে প্ৰজেক্ট ফ্লেছলাইট ২১

নেশ্যনেল ডেস্ক, ১৯ মে': দেশজুৰি মহামাৰী কৰ'ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণে দেশবাসীক এক বিপদাশংকাৰ দিশে ঠেলি দিছে । দেশৰ লগতে মিজোৰামতো দৈনিক ব্যাপক হাৰত বৃদ্ধি পাইছে মহামাৰী কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা । মহামাৰী বিধক প্ৰতিহত কৰিবলৈ ৰাজ্য চৰকাৰসমূহে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

সমান্তৰালকৈ মিজোৰাম চৰকাৰেও কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত মিজোবাসী যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে । তেওঁলোকক সহায়ৰ বাবে আগবাঢ়ি আহিছে এক সংগঠনে ।

COVID MIZORAM
মিজোবাসীক সহায়ৰ বাবে আগবাঢ়ি আহিছে প্ৰজেক্ট ফ্লেছলাইট ২

সমাজ সংস্কাৰ সংস্থাৰ এটা গোটে আৰম্ভ কৰা এই প্ৰকল্পটোৱে এইচআইভি/এইডছ আৰু মিজোৰামৰ অন্যান্য দুৰ্বল সম্প্ৰদায়ৰ লোকসকলৰ বাবে কাম কৰি আহিছে ।

যিহেতু ৰাজ্যখনত লক ডাউন বাহাল ৰখা হৈছে তাৰ বাবে শ শ পৰিয়ালে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । কিন্তু এইসকল দুৰ্ভগীয়াৰ বাবে আগবাঢ়ি আহিছে সংগঠনটোৱে ।

খাদ্য অভিযানৰ অধীনত বৰ্তমানলৈকে সংগঠনটোৱে ১৫৫ টা পৰিয়ালক সহায় আগবঢ়াই অহা প্ৰকল্পটো পূৰ্ণ গতিত চলি আছে । তেওঁলোকে ৰেচন, তেল আৰু অন্যান্য অত্যাৱশ্যকীয় সা-সামগ্ৰী যোগান ধৰে ।

এই অভিযানত নৱজাতকৰ বাবে পুষ্টিকৰ খাদ্য আৰু ডাইপাৰ, মহিলা যৌন কৰ্মীসকলৰ বাবে চেনিটাৰী নেপকিনো যোগান ধৰে । বৰ্তমানলৈকে এই প্ৰকল্পটোৱে নগদ ৬০.০০০ টকাৰ আৰ্থিক অনুদান লাভ কৰিছে ।

যিসকল লোকে তেওঁলোকক অনুদান আগবঢ়াইছে সেইসকল লোকক ভানলালহমঙ্গাইহজুয়ালীয়ে ধন্যবাদ জ্ঞাপন কৰিছে ।

লগতে পঢ়ক: নাৰদা কেলেংকাৰী: মুকুল ৰয় আৰু পোদ্দাৰৰ বিৰুদ্ধে কোনো তথ্য নাপালে চিবিআইয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.