ETV Bharat / bharat

755 জন স্বাস্থ্য কৰ্মী নিয়োগৰ সিদ্ধান্ত তেলেংগানা চৰকাৰৰ

author img

By

Published : Apr 26, 2021, 12:17 PM IST

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে জন সাধাৰণৰ বাবে সঠিক আৰু মানদণ্ডৰ চিকিৎসা সেৱা অনাৰ বাবে 144 খন চিকিৎসালয়ত 755 জন স্বাস্থ্য কৰ্মী নিয়োগ কৰাৰ কথা ঘোষণা কৰিছে।

Breaking News

নেশ্যনেল ডেস্ক, ২৫ এপ্ৰিল : তেলেংগানা চৰকাৰে দেওবাৰে ক’ভিড-19 মহামাৰীৰ বৃদ্ধিৰ মাজতে114 খন চিকিৎসালয়ত 755 জন স্বাস্থ্যসেৱা কৰ্মীক যুদ্ধকালীন পৰ্যায়ত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাৱে জনসাধাৰণৰ বাবে সঠিক আৰু মানদণ্ডৰ চিকিৎসা সেৱা অনাৰ বাবে 114 খন চিকিৎসালয়ত পৰ্যাপ্ত কৰ্মচাৰী নিয়োগ কৰাৰ সিদ্ধান্ত লৈছে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ জাৰি কৰিছিল।

মুখ্যমন্ত্ৰীয়ে 144 জন চিকিৎসক, 527 গৰাকী নাৰ্ছ আৰু 84 জন লেব টেকনিচিয়ানকে ধৰি 755 টা পদ মঞ্জুৰ কৰে। ইয়াৰ ৰাজ্যৰ ৰাজকোষৰ ওপৰত 9.02 কোটি টকাৰ বিত্তীয় বোজা থাকিব।

তেওঁ জিলা সংগ্ৰাহকসকলক জৰুৰী কালীন পৰিস্থিতিৰ বাবে এক বিশেষ নিযুক্তি অভিযান আয়োজন কৰাৰ লগতে সাক্ষাৎকাৰ ল'বলৈ আৰু পাঁচ দিনৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে।

লগতে পঢ়ক:18 বছৰৰ ঊৰ্ধৰ ব্যক্তিক বিনামূলীয়া টীকাকৰণ ওড়িশা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.