- হিমাচল প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সুখৱিন্দৰ সিং সুখু (Sukhbindar Sing Sukhu)
- মুখ্যমন্ত্ৰী হিচাবে সুখৱিন্দৰ সিং চুখুক সন্মতি জনাইছে কংগ্ৰেছ হাইকমাণ্ডে
- দেওবাৰে সুখুৱে শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে
- সুখুৰ ওচৰত আছিল গৰিষ্ঠসংখ্যক বিধায়কৰ সমৰ্থন
- তিনিবাৰৰ বিধায়ক আছিল সুখৱিন্দৰ সিং সুখু
- ইয়াৰোপৰি সুখৱিন্দৰ সিং সুখু হিমাচল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আছিল
- কংগ্ৰেছ বিধায়িনী দলৰ নেতাও আছিল হিমাচল প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখু (New CM of Himachal Pradesh)
- প্ৰতিভা সিং(Congress leader Pratibha Singh) আছিল মুখ্যমন্ত্ৰী পদৰ প্ৰৱল দাবীদাৰ
- হিমাচল প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী আছিল প্ৰতিভা সিং (Himachal congress president)
- ইয়াৰোপৰি প্ৰতিভা সিং হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ পত্নী
- মুকেশ অগ্নিহোত্ৰি হ’ব পৰৱৰ্তী উপ-মুখ্যমন্ত্ৰী