ETV Bharat / bharat

Poonch attack: চৰকাৰী কৰ্মচাৰী তথা ধৰ্মীয় গুৰুসহ ছয়জনক আটক

author img

By

Published : May 1, 2023, 10:50 PM IST

পুঞ্চ জিলাৰ আক্ৰমণৰ লগত জড়িত থাকৰ সন্দেহত জম্মুৰ পৰা চৰকাৰী কৰ্মচাৰীসহ ধৰ্মীয় গুৰুক আটক আৰক্ষীৰ ৷ এতিয়ালৈকে আৰক্ষীৰ জালত 6 অভিযুক্ত (Six held in Jammu)৷

Six held in Jammu
চৰকাৰী কৰ্মচাৰী, ধৰ্মীয় গুৰুসহ ছয়জনক আটক

নিউজ ডেস্ক, 1 মে’: জম্মু-কাশ্মীৰৰ পুঞ্চ সীমান্তত এখন সেনাৰ বাহনত হোৱা আক্ৰমণৰ ফলত 5 জন সৈনা জোৱান নিহত হৈছিল (Poonch attack news update) ৷ ইয়াৰ পিচতে মাদ্ৰাছাৰ মোলভি মঞ্জুৰ, মাৰ্কাজ-উল-মাৰিফক পুঞ্চ সন্ত্ৰাসবাদী আক্ৰমণত জড়িত উগ্ৰপন্থীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত জম্মু চহৰৰ বাথন্দি অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল (Molvi Manzoor from Markaz ul Maarif)। আৰক্ষীৰ জেৰাত আটকাধীন অভিযুক্ত মোলভি মঞ্জুৰৰ উগ্ৰপন্থীৰ সৈতে সম্পৰ্ক থকাৰ নাম পোহৰলৈ আহে (Attackers involved in Poonch attack on April 20)।

ইয়াৰ পিচতে পুনৰ সোমবাৰে চৰকাৰী কৰ্মচাৰী, এজন ধৰ্মীগুৰুসহ আন চাৰিজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে (Six held in Jammu) ৷ সম্প্ৰতি আৰক্ষীয়ে 4 অভিযুক্তক সোধা পোছা অব্যাহত ৰাখিছে (govt employee and preacher detained)৷

উল্লেখ্য যে জিলা সদৰ পুঞ্চৰ পৰা প্ৰায় 90 কিলোমিটাৰ দূৰত ভীম্ৰ গালিৰ পৰা চাংগিওটলৈ যোৱা সেনাৰ বাহনত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ সময়ত সেনাৰ বাহনত জুই লগাৰ ফলত পাঁচজন সেনা জোৱান নিহত হয় আৰু এজন গুৰুতৰভাৱে আহত হয় (Molvi from madrassa held)।

ইফালে, জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) দিলবাগ সিঙে (DGP Dilbagh Singh) কয় যে, পুঞ্চৰ ভাটা ডুৰিয়ান অঞ্চলত 21 এপ্ৰিলত হোৱা আক্ৰমণ স্থানীয় সমৰ্থনত সংঘটিত হৈছিল ৷ উগ্ৰপন্থীয়ে সৰ্বাধিক ক্ষতি সাধন কৰিবলৈ সেনাৰ বাহনক লক্ষ্য কৰি ষ্টীল-আৱৰণ যুক্ত গুলী আৰু আই ই ডি ব্যৱহাৰ কৰিছিল।

তেওঁ লগত কয় যে, প্ৰাৰম্ভিক অনুসন্ধানত ৰাজৌৰী-পুঞ্চ অঞ্চলত 9 ৰ পৰা 12 উগ্ৰপন্থী জড়িত হৈ আছে বুলি সন্দেহ প্ৰকাশ কৰিছিল ৷ এই উগ্ৰপন্থীৰ দলটো শেহতীয়াকৈ জিলাখনত প্ৰৱেশ কৰিছে বুলি সন্দেহ কৰে আৰক্ষীয়ে ৷

ইয়াৰোপৰি আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) দিলবাগ সিঙে কয় যে স্থানীয় সমৰ্থন অবিহনে এনে আক্ৰমণ কৰিব নোৱাৰে । সন্ত্ৰাসবাদীক ইয়াত আশ্ৰয় দিয়া হৈছিল আৰু তাৰ পিছচত আক্ৰমণ কৰিবলৈ পৰিবহনৰ সুবিধা প্ৰদান কৰা হৈছিল । সন্ত্ৰাসবাদীৰ দলটোৱে অঞ্চলটো সঠিকভাৱে নীৰিক্ষণ কৰিছিল ৷ সেইবাবে বৰষুণৰ স্বত্বেও প্ৰায় শূন্য গতিত চলাচল কৰা সেনাৰ বাহনখনলৈ লক্ষ্য কৰি আক্ৰমণ কৰাত সফল হৈছিল সন্ত্ৰাসবাদীৰ দলটোৱে ৷ আক্ৰমণকাৰীয়ে বাহনখনৰ স্থান আৰু গতি পূৰ্বৰ পৰাই জানিছিল ।

লগতে পঢ়ক: Inspirational story: পদপথত ভাত বেচি পুত্ৰক চিকিৎসক পঢ়ুৱাইছে সুনিল ঠাকুৰীয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.