ETV Bharat / bharat

হৰিদ্বাৰত নিৰ্বাচনী প্ৰাৰ্থীয়ে বিতৰণ কৰা বিষাক্ত সুৰা সেৱন কৰি প্ৰাণ হেৰুৱালে ৫ জনে

author img

By

Published : Sep 10, 2022, 6:44 PM IST

উত্তৰাখণ্ডৰ হৰিদ্বাৰত চাঞ্চল্যকৰ ঘটনা । পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমূহুৰ্ত্বত এগৰাকী প্ৰাৰ্থীয়ে বিতৰণ কৰা বিষাক্ত সুৰা সেৱন কৰি মৃত্যু ৫ জনকৈ লোকৰ(5 killed due to consumption of spurious liquor) । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

people died due to drinking spurious liquor
বিষাক্ত সুৰা সেৱন কৰি প্ৰাণ হেৰুৱালে ৫ জনে

নেশ্যনেল ডেস্ক, ১০ ছেপ্টেম্বৰ: উত্তৰাখণ্ডৰ হৰিদ্বাৰত শোকাবহ ঘটনা । বিষাক্ত সুৰা সেৱন কৰি প্ৰাণ হেৰুৱালে ৫ জনকৈ লোকে(5 killed due to consumption of spurious liquor) । হৰিদ্বাৰৰ পাঠাৰী আৰক্ষী থানাৰ অন্তৰ্গত ফুলগড়-শিৱগড় গাঁৱত সংঘটিত এই ঘটনা । শোকাৱহ ঘটনাটোৰ খবৰ পোৱাৰ মাত্ৰকে আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত ।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা এজন প্ৰাৰ্থীয়ে জনসাধাৰণৰ মাজত বিতৰণ কৰিছিল সুৰা(Illicit liquor distributed by a candidate) । ফুলগড় গাঁৱৰ বাসিন্দা ৰাজু অমৰপাল আৰু ভোলা নামৰ দুগৰাকী ব্যক্তিৰ অবৈধ সুৰা সেৱনৰ পিছতেই মৃত্যু ঘটে । ইফালে বিষাক্ত সুৰা সেৱনj ফলত শিৱগড় গাঁৱত মনোজ নামৰ আন এজন ব্যক্তিৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে(Haridwar poisonous liquor) ।

আনহাতে জলি গ্ৰাণ্ট চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা অমৰপালৰ খুৰাকৰো ঋষিকেশস্থিত এইমছত মৃত্যু হোৱা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত । জ্যেষ্ঠ আৰক্ষী বিষয়াৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদাৰক কৰি থকা বুলি জানিব পৰা গৈছে ।(spurious liquor)

লগতে পঢ়ক: বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হ'ব বিপ্লৱ দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.