ETV Bharat / bharat

মধ্যপ্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাঃথিতাতে নিহত 6 জন

author img

By

Published : Dec 9, 2020, 2:13 PM IST

মঙলবাৰে নিশা মধ্যপ্ৰদেশৰ ছটাৰপুৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত 6 জনকৈ লোক থিতাতে নিহত হোৱাৰ লগতে কথামপি প্ৰাণ ৰক্ষা পৰে বাহনত থকা আন 3 জনকৈ লোকৰ ৷ জানিব পৰা মতে, বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজা বাহনেৰে ঘৰলৈ উভতি অহাৰ সময়তে মহাৰাজপুৰ থানাৰ অন্তৰ্গত ছটাৰপুৰত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় ৷

Road Accident at Madhya pradesh
মধ্যপ্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাঃথিতাতে নিহত 6জন

নিউজ ডেস্ক,9 ডিচেম্বৰঃ মঙলবাৰে নিশা মধ্যপ্ৰদেশৰ ছটাৰপুৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত 6 জনকৈ লোক থিতাতে নিহত হোৱাৰ লগতে কথামপি প্ৰাণ ৰক্ষা পৰে বাহনত থকা আন 3 জনকৈ লোকৰ ৷ জানিব পৰা মতে, বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজা বাহনেৰে ঘৰলৈ উভতি অহাৰ সময়তে মহাৰাজপুৰ থানাৰ অন্তৰ্গত ছটাৰপুৰত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় ৷

ইপিনে ঘটনাস্থলীত উপস্থিত হৈ মহাৰাজপুৰ থানাৰ আৰক্ষী বিষয়া জে.ৱাইখানে নিহত হোৱা 6 জনকৈ লোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ইপিনে কি কাৰণে ঘটনা সংঘটিত হ'ল সেইয়া বৰ্তমানো ৰহস্যৰ আৱৰ্তত যদিও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ পুলৱামাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলিয়াগুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.