নিউজ ডেস্ক,15 ডিচেম্বৰঃ ৰাজস্থানৰ কাৱাডী খেলুৱৈ মাংগি চৌধুৰীয়ে যি ৰাজ্যখনৰ কাবাডী দলটোৰ দুৱাৰকৈ অধিনায়ক হৈ নেতৃত্ব প্ৰদান কৰিছিল ৷ সম্প্ৰতি সেই গৰাকী ৰাজ্যিক খেলুৱৈ আৰ্থিক দুৰাৱস্থাৰ বাবে এক কঠিন পৰ্যায়ৰ মাজৰে জীৱন অতিবাহিত কৰিব লগীয়া হৈছে ৷
উল্লেখযোগ্য যে, 2010 চনত কাবাডী দলJ নেতৃত্ব প্ৰদান কৰা প্ৰথম মহিলা খেলুৱৈ হিচাপে পৰিণত হোৱা মাংগি চৌধুৰী স্কুলীয়া দিনৰ পৰাই কাবাডী খেলৰ প্ৰতি আগ্ৰহ আছিল ৷ সেই উদ্দেশ্যে তেঁও প্ৰথম শ্ৰেণীৰ পৰা কাবাডী খেলা আৰম্ভ কৰিছিল ৷ একেদৰে খেলুৱৈ গৰাকী বিদ্যালয়ত পঢ়ি থাকোতে 10 বাৰকৈ জিলা কাবাডী দলৰ নেতৃত্ব প্ৰদান কৰিছিল ৷