ETV Bharat / bharat

MSP, APMC সন্দৰ্ভত কেন্দ্ৰক সমালোচনা ৰাহুল গান্ধীৰ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

MSP, APMC সন্দৰ্ভত কেন্দ্ৰক সমালোচনা কৰে ৰাহুল গান্ধীয়ে । লগতে কৃষক নেতৃত্বাধীন বিক্ষোভক সমৰ্থন কৰিবলৈয়ো আহ্বান জনায় সাংসদগৰাকীয়ে ।

MSP, APMC ক লৈ কেন্দ্ৰক সমালোচন ৰাহুল গান্ধীৰ

author img

By

Published : Dec 5, 2020, 2:11 PM IST

নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ: কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ন্যূনতম সমৰ্থন মূল্য আৰু কৃষি উৎপাদন বজাৰ কমিটি আইনক কেন্দ্ৰ কৰি তীব্ৰ সমালোচনা কৰে । লগতে কৃষক নেতৃত্বাধীন বিক্ষোভক সমৰ্থন কৰাৰ বাবেও আহ্বান জনায় ।

  • बिहार का किसान MSP-APMC के बिना बेहद मुसीबत में है और अब PM ने पूरे देश को इसी कुएँ में धकेल दिया है।

    ऐसे में देश के अन्नदाता का साथ देना हमारा कर्तव्य है। pic.twitter.com/Err20Pp0kv

    — Rahul Gandhi (@RahulGandhi) December 5, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

"MSP-APMC অবিহন বিহাৰৰ কৃষকসকল সমস্যাত পৰিছে আৰু এতিয়া প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশকে বিপদৰ দিশে ঠেলি দিছে । এনে পৰিস্থিতিত কৃষকসকলৰ সৈতে থকাটো প্ৰতিগৰাকী নাগৰিকৰ কৰ্তব্য" বুলি এক টুইটযোগে উল্লেখ কৰে ৰাহুল গান্ধীয়ে ।

লগতে পঢ়ক: দিল্লীলৈ সোণোৱালৰ চিঠি: ডিব্ৰুগড় দূৰদৰ্শন আৰু অনাতাৰ কেন্দ্ৰক বৰ্তমানৰ ৰূপতে বাহাল ৰাখক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.