ETV Bharat / bharat

গোৱাৰ স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে 19 ডিচেম্বৰত উপস্থিত হ'ব ৰাষ্ট্ৰপতি - পৰ্তুগীজ শাসন

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দুদিনীয়া ভ্ৰমণৰ উদ্দেশ্যে শনিবাৰে গোৱাত উপস্থিত হ'ব ৷ গোৱাৰ 60 সংখ্যক স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে উপস্থিত হ'ব ৰাষ্ট্ৰপতি গৰাকী ৷

Prez on two-day visit to Goa from Saturday
গোৱাৰ স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে 19 ডিচেম্বৰত উপস্থিত হ'ব ৰাষ্ট্ৰপতি
author img

By

Published : Dec 18, 2020, 10:15 PM IST

নিউজ ডেস্ক, 18 ডিচেম্বৰ : ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দুদিনীয়া ভ্ৰমণৰ উদ্দেশ্যে শনিবাৰে গোৱাত উপস্থিত হ'ব ৷ গোৱাৰ 60 সংখ্যক স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে উপস্থিত হ'ব ৰাষ্ট্ৰপতি গৰাকী ৷

ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, 19 আৰু 20 ডিচেম্বৰত গোৱাত থাকিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ৷ উল্লেখ্য যে, 1961 চনৰ 19 ডিচেম্বৰত গোৱাই পৰ্তুগীজ শাসনৰ পৰা মুক্তি লাভ কৰি স্বাধীনতা লাভ কৰিছিল ৷

লগতে পঢ়ক : অসম-নগালেণ্ড সীমান্ত পৰিদর্শন অসম বিধান সভাৰ বিৰোধী দলপতি দেবব্রত শইকীয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.