ETV Bharat / bharat

ক’ভিড-19: বিহাৰৰ চিকিৎসালয়ৰ দুৰ্বল আন্ত:গাথনিৰ ছবি উন্মোচিত - অক্সিজেন চিলিণ্ডাৰ

কৰ’ণাৰ দ্বিতীয় ঢৌৰ সময়ত বিহাৰৰ দ্বিতীয় সৰ্ববৃহৎ চৰকাৰী চিকিৎসালয় হিচাবে পৰিগণিত নালন্দা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ দুৰ্বল আন্তঃগাঁথনি উন্মোচিত হৈছে ৷ নালন্দা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে অক্সিজেন চিলিণ্ডাৰত ৰোগীক পানী যোগান ধৰাৰ দৰে গুৰুতৰ অভিযোগ ৷

ক’ভিড-19: বিহাৰৰ চিকিৎসালয়ৰ দুৰ্বল আন্ত:গাথনিৰ ছবি উন্মোচিত

author img

By

Published : Apr 16, 2021, 10:11 PM IST

নেচনেল ডেক্স, 16 এপ্ৰিল : দেশত কোভিড-১৯ ৰ দ্বিতীয় ঢৌৱে আকৌ এবাৰ বিহাৰৰ দ্বিতীয় সৰ্ববৃহৎ চৰকাৰী চিকিৎসালয় হিচাপে পৰিগণিত নালন্দা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ দুৰ্বল আন্তঃগাঁথনি উন্মোচিত কৰিছে ৷ আন্তঃগাঁথনিৰ অভাৱ আৰু স্বাস্থ্য সেৱা কৰ্মীৰ অৱহেলাৰ বাবে চিকিৎসালয়ত ৰোগীসকলৰ মৃত্যু হোৱাৰ অভিযোগ আছে ৰাজ্যখনত ৷

বৰ্তমান সময়ত ক’ভিডত আক্ৰান্ত ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰিবলৈ অস্বীকাৰ কৰে চিকিৎসালয়ৰ কৰ্তৃপক্ষই ৷ যোৱা বৰ্ষত চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ হেমাহিৰ বাবে উক্ত চিকিৎসালয়খনত মৃত্যু হোৱা ক’ভিড আক্ৰান্ত ৰোগীক দুদিন আইচ’লেচন কোঠাত ৰখাৰ ওপৰিও ভৰ্তি প্ৰক্ৰিয়াৰ জটিলতাৰ বাবে এম্বুলেন্সতে ৰোগী মৃত্যু হ’ব লগা হৈছিল ৷

উল্লেখ্য যে, নালন্দা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে অক্সিজেন চিলিণ্ডাৰত ৰোগীক পানী যোগান ধৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল ৷

লগতে পঢ়ক : কাকপথাৰত অপহৰণক লৈ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.