ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোডীয়ে গ্ৰহণ কৰিলে ক’ভিড প্ৰতিষেধক - Narendra Modi

কোভিড 19 ৰ প্ৰতিষেধক গ্ৰহণ প্ৰধানমন্ত্ৰী মোডীৰ ৷ নতুন দিল্লীস্থিত এইমছত মোডীয়ে গ্ৰহণ কৰে ক’ভিডৰ প্ৰতিষেধক ৷

প্ৰধানমন্ত্ৰী মোডী
প্ৰধানমন্ত্ৰী মোডী
author img

By

Published : Mar 1, 2021, 7:58 AM IST

Updated : Mar 1, 2021, 9:02 AM IST

নতুন দিল্লী,1 মাৰ্চ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰিলে প্ৰথম পালি ক’ভিড 19 প্ৰতিষেধক ৷ সোমবাৰে পুৱা প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাজধানী চহৰ নতুন দিল্লীস্থিত এইমছত উপস্থিত হৈ গ্ৰহণ কৰে ক’ভিডৰ প্ৰতিষেধক ৷ ইতিমধ্যে প্ৰধানমন্ত্ৰী গৰাকীয়ে এই বিষয়ে টুইটযোগে প্ৰকাশ কৰিছে ৷

  • Took my first dose of the COVID-19 vaccine at AIIMS.

    Remarkable how our doctors and scientists have worked in quick time to strengthen the global fight against COVID-19.

    I appeal to all those who are eligible to take the vaccine. Together, let us make India COVID-19 free! pic.twitter.com/5z5cvAoMrv

    — Narendra Modi (@narendramodi) March 1, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

মোডীয়ে টুইটত কোভিড 19 ৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ চিকিৎসক আৰু বৈজ্ঞানিকসকলক প্ৰশংসাৰে ওপচাই সকলোকে কোভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে ৷ প্ৰতিষেধক গ্ৰহণ কৰি ভাৰতক কোভিড 19 মুক্ত কৰিবলৈ নৰেন্দ্ৰ মোডীয়ে দেশবাসীক আহ্বান জনায় ৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী গৰাকীয়ে ডিঙিত গামোচা পৰিধান কৰি কোভিড 19 ৰ প্ৰতিষেধক গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

লগতে চাওকঃ ৫৮ দিনৰ অন্তত পুনৰ মুকলি শ্ৰীনগৰ-লেহ ঘাইপথ

Last Updated : Mar 1, 2021, 9:02 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.