ETV Bharat / bharat

বাবাচাহেব আম্বেদকাৰৰ জন্মজয়ন্তীত প্ৰধানমন্ত্ৰী মোডীৰ শ্ৰদ্ধাঞ্জলি

ড০ বাবাচাহেব আম্বেদকাৰৰ ১৩০ তম জন্মজয়ন্তীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন । ১৮৯১ চনৰ ১৪ এপ্ৰিলত জন্মগ্ৰহণ কৰিছিল বাবাচাহেব আম্বেদকাৰে ।

বাবাচাহেব আম্বেদকাৰৰ জন্মজয়ন্তীত মোডীৰ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Apr 14, 2021, 1:09 PM IST

নেশ্যনেল ডেস্ক, ১৪ এপ্ৰিল: আজি ড০ বাবাচাহেব আম্বেদকাৰৰ ১৩০ তম জন্মজয়ন্তী । আম্বেদকাৰৰ জন্মজয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আম্বেদকাৰৰ জন্মজয়ন্তীত ভাৰতৰত্ন ড০ বাবাচাহেব আম্বেদকাৰক প্ৰণিপাত জনাই সমাজৰ প্ৰতি তেওঁৰ যি সংগ্ৰাম প্ৰতিটো প্ৰজন্মৰ বাবে এক উদাহৰণ হৈ থাকিব বুলি টুইটাৰযোগে এইদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মোডীয়ে ।

  • भारत रत्न डॉ. बाबासाहेब अम्बेडकर को उनकी जयंती पर शत-शत नमन। समाज के वंचित वर्गों को मुख्यधारा में लाने के लिए किया गया उनका संघर्ष हर पीढ़ी के लिए एक मिसाल बना रहेगा।

    I bow to the great Dr. Babasaheb Ambedkar on #AmbedkarJayanti.

    — Narendra Modi (@narendramodi) April 14, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

১৮৯১ চনৰ ১৪ এপ্ৰিলত জন্মগ্ৰহণ কৰিছিল বাবাচাহেব আম্বেদকাৰে । তেওঁ এগৰাকী ভাৰতীয় আইনবিদ, অৰ্থনীতিবিদ, ৰাজনীতিবিদ আৰু সমাজ সংস্কাৰক আছিল । তেওঁ ভাৰতীয় সংবিধানৰ স্থাপত্যবিদ হিচাপেও জনাজাত । দলিত শ্ৰেণীৰ প্ৰতি সামাজিক বৈষম্যৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল আৰু মহিলা, শ্ৰমিকৰ অধিকাৰক সমৰ্থন জনোৱা বাবাচাহেব আম্বেদকাৰৰ ১৯৫৬ চনৰ ৬ ডিচেম্বৰত তেওঁৰ মৃত্যু হয় । ১৯৯০ চনত আম্বেদকাৰক ভাৰতৰত্ন বঁটা প্ৰদান কৰা হয় ।

লগতে পঢ়ক: ডিআৰডিঅ' অতিথিশালাত উপস্থিত মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.