ETV Bharat / bharat

এল কে আদৱানীক জন্মদিনৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

এল কে আদৱানীয়ে দীৰ্ঘসময় বিজেপি দলৰ অধ্যক্ষ পদত আছিল আৰু ৰাষ্ট্ৰীয় ৰাজনীতিত দলৰ ভেঁটি মজবুত কৰাত দৃঢ় ভূমিকা গ্ৰহণ কৰিছিল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এল কে আদৱানীক বিজেপি কর্মী তথা দেশৰ জনগণৰ বাবে জীৱন্ত অনুপ্ৰেৰণা বুলি উল্লেখ কৰে ৷

author img

By

Published : Nov 8, 2020, 1:15 PM IST

PM Modi lauds Advani on his 93rd birthday
এল কে আদৱানীক জন্মদিনৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

নতুন দিল্লী, 8 নৱেম্বৰ : দেওবাৰে 93 বছৰত ভৰি দিলে বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি জ্যেষ্ঠ নেতাগৰাকীক জন্মদিনৰ শুভেচ্ছা জনায় ৷ তেওঁ এল কে আদৱানীক বিজেপি কর্মী তথা দেশৰ জনগণৰ বাবে জীৱন্ত অনুপ্ৰেৰণা বুলি উল্লেখ কৰে ৷

  • भाजपा को जन-जन तक पहुंचाने के साथ देश के विकास में अहम भूमिका निभाने वाले श्रद्धेय श्री लालकृष्ण आडवाणी जी को जन्मदिन की बहुत-बहुत बधाई। वे पार्टी के करोड़ों कार्यकर्ताओं के साथ ही देशवासियों के प्रत्यक्ष प्रेरणास्रोत हैं। मैं उनकी लंबी आयु और स्वस्थ जीवन की प्रार्थना करता हूं।

    — Narendra Modi (@narendramodi) November 8, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰীয়ে টুইটটোত লগতে কয় যে, অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বাধীন চৰকাৰৰ সময়ত আদৱানীয়ে উপ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে দেশৰ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু দলটোক জনতাৰ মাজলৈ লৈ গৈছিল ৷ প্ৰধানমন্ত্ৰীয়ে জ্যেষ্ঠ নেতা এল কে আদৱানীৰ দীৰ্ঘ আৰু সুস্থ জীৱন কামনা কৰি লক্ষাধিক বিজেপি কর্মী তথা দেশবাসীৰ বাবে "জীৱন্ত অনুপ্ৰেৰণা" বুলি টুইটটোত উল্লেখ কৰে ।

উল্লেখ্য যে, এল কে আদৱানীয়ে দীৰ্ঘসময় বিজেপি দলৰ অধ্যক্ষ পদত আছিল আৰু ৰাষ্ট্ৰীয় ৰাজনীতিত দলৰ ভেঁটি মজবুত কৰাত দৃঢ় ভূমিকা গ্ৰহণ কৰিছিল ৷ 90 দশকত বিজেপি দল ক্ষমতা অহাৰ বাবে আদৱানীকেই প্ৰধান কৃতিত্ব দিয়া হয় ৷

লগতে পঢ়ক : সোমবাৰে নিৰ্ধাৰণ হ'ব অৰ্ণৱৰ জামিন আবেদনৰ ৰায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.