নেশ্যনেল ডেস্ক, 24 জুন:বিদেশ ভ্ৰমণৰ অংশ হিচাবে আমেৰিকাৰ পৰা গৈ শনিবাৰে ইজিপ্তৰ ৰাজধানী কাইৰোত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচিৰ আমন্ত্ৰণমৰ্মে ইজিপ্তলৈ গৈছে প্ৰধানমন্ত্ৰীগৰাকী ৷ উল্লেখ্য যে নতুন দিল্লীত এই বছৰৰ গণতন্ত্ৰ দিৱসত মুখ্যমন্ত্ৰী অতিথি হিচাবে উপস্থিত আছিল ইজিপ্তৰ ৰাষ্ট্ৰপতিগৰাকী ৷ সেই সময়তে প্ৰধানমন্ত্ৰী মোদীক প্ৰস্তাৱ আগবঢ়াইছিল ৰাষ্ট্ৰপতিগৰাকীয়ে ৷
-
اشكر رئيس الوزراء معالي مصطفى مدبولي على اللفته الخاصه بالترحيب بي في المطار. اتمنى ان تزدهر العلاقات الهندية المصرية بما يحقق النفع لشعبي امتينا. pic.twitter.com/G8rWaf3AdY
— Narendra Modi (@narendramodi) June 24, 2023 " class="align-text-top noRightClick twitterSection" data="
">اشكر رئيس الوزراء معالي مصطفى مدبولي على اللفته الخاصه بالترحيب بي في المطار. اتمنى ان تزدهر العلاقات الهندية المصرية بما يحقق النفع لشعبي امتينا. pic.twitter.com/G8rWaf3AdY
— Narendra Modi (@narendramodi) June 24, 2023اشكر رئيس الوزراء معالي مصطفى مدبولي على اللفته الخاصه بالترحيب بي في المطار. اتمنى ان تزدهر العلاقات الهندية المصرية بما يحقق النفع لشعبي امتينا. pic.twitter.com/G8rWaf3AdY
— Narendra Modi (@narendramodi) June 24, 2023
উল্লেখ্য যে এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এয়া প্ৰথম ইজিপ্ত ভ্ৰমণ আৰু 26 বছৰৰ পিছত এজন ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ ৷ ৰাজধানী কাইৰোত উপস্থিত হোৱাৰ পাচতেই প্ৰধানমন্ত্ৰীগৰাকীক ‘গাৰ্ড অৱ অনাৰ’ প্ৰদান কৰি বিশেষভাৱে আদৰণি জনোৱা হয় ৷ 24 আৰু 25 জুনৰ দুদিনীয়া ভ্ৰমণকালত তেওঁ ইজিপ্তৰ প্ৰধানমন্ত্ৰীৰ সৈতে এক ঘূৰণীয়া মেজমেলত অংশ ল’ব আৰু ৰাষ্ট্ৰপতি এল-চিচিক সাক্ষাৎ কৰিব ৷
-
Landed in Cairo. I am confident this visit will strengthen India’s ties with Egypt. I look forward to talks with President Abdel Fattah El-Sisi and attending other programmes. pic.twitter.com/a4j0Ylzc3i
— Narendra Modi (@narendramodi) June 24, 2023 " class="align-text-top noRightClick twitterSection" data="
">Landed in Cairo. I am confident this visit will strengthen India’s ties with Egypt. I look forward to talks with President Abdel Fattah El-Sisi and attending other programmes. pic.twitter.com/a4j0Ylzc3i
— Narendra Modi (@narendramodi) June 24, 2023Landed in Cairo. I am confident this visit will strengthen India’s ties with Egypt. I look forward to talks with President Abdel Fattah El-Sisi and attending other programmes. pic.twitter.com/a4j0Ylzc3i
— Narendra Modi (@narendramodi) June 24, 2023
প্ৰধানমন্ত্ৰীগৰাকীয়ে ইজিপ্তত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ সৈতে বাৰ্তালাপ কৰে শনিবাৰে ৷ ইজিপ্ততৰ চিন্তাবিদসকলকো সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ দেওবাৰে তেওঁ আল-হাকীম মছজিদ পৰিদৰ্শন কৰিব ৷ এই মছজিদটোত তেওঁ আধাঘণ্টা সময় অতিবাহিত কৰিব ৷
-
Deeply moved by the warm welcome from the Indian diaspora in Egypt. Their support and affection truly embody the timeless bonds of our nations. Also noteworthy was people from Egypt wearing Indian dresses. Truly, a celebration of our shared cultural linkages. pic.twitter.com/rTqQcz3tz7
— Narendra Modi (@narendramodi) June 24, 2023 " class="align-text-top noRightClick twitterSection" data="
">Deeply moved by the warm welcome from the Indian diaspora in Egypt. Their support and affection truly embody the timeless bonds of our nations. Also noteworthy was people from Egypt wearing Indian dresses. Truly, a celebration of our shared cultural linkages. pic.twitter.com/rTqQcz3tz7
— Narendra Modi (@narendramodi) June 24, 2023Deeply moved by the warm welcome from the Indian diaspora in Egypt. Their support and affection truly embody the timeless bonds of our nations. Also noteworthy was people from Egypt wearing Indian dresses. Truly, a celebration of our shared cultural linkages. pic.twitter.com/rTqQcz3tz7
— Narendra Modi (@narendramodi) June 24, 2023
এই ভ্ৰমণকালতে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইজিপ্তৰ হৈ যুঁজ দি সৰ্বোচ্চ ত্যাগ কৰা ভাৰতীয় সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ হেলিঅ'পলিছ ৱাৰ গ্ৰেভ কবৰস্থানত (Heliopolis War Grave cemetery) উপস্থিত হ’ব ৷
প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণগুৰুত্বপূৰ্ণ কিয়নো ইজিপ্ত পৰম্পৰাগতভাৱে আফ্ৰিকা মহাদেশত ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ বাণিজ্যিক অংশীদাৰ ৷ উল্লেখ্য যে ভাৰত-ইজিপ্ত দ্বিপাক্ষিক বাণিজ্য চুক্তি 1978 চনৰ মাৰ্চৰ পৰা অব্যাহত আছে ৷ তদুপৰি দ্বিপাক্ষিক, আঞ্চলিক আৰু গোলকীয় বিষয়ত যোগাযোগ আৰু সহযোগিতাৰ এক দীঘলীয়া ইতিহাসৰ ওপৰত আধাৰিত কৰি ভাৰত আৰু ইজিপ্তৰ মাজত এক ঘনিষ্ঠ ৰাজনৈতিক বুজাবুজি আছে ৷