ETV Bharat / bharat

29 জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ বিত্তীয় অধিৱেশন

অহা 29 জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ বিত্তীয় অধিৱেশন ৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 1 ফেব্ৰুৱাৰীৰ দিনৰ 11 বজাত সংসদৰ মজিয়াত উত্থাপন কৰিব কেন্দ্ৰীয় বাজেট ৷

author img

By

Published : Jan 14, 2021, 7:48 PM IST

Updated : Jan 14, 2021, 8:53 PM IST

Parliament session from Jan 29, FM to present Budget on Feb 1
29 জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ বিত্তীয় অধিৱেশন

নেশ্যনেল ডেস্ক,14 জানুৱাৰী: অহা 29 জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ বিত্তীয় অধিৱেশন ৷ এই অধিৱেশনখন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৷ 29 জানুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ বিপৰীতে 8 মাৰ্চৰ পৰা 8 এপ্ৰিল পৰ্যন্ত অনষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ অধিৱেশন ৷ আনহাতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 1 ফেব্ৰুৱাৰীৰ দিনৰ 11 বজাত সংসদৰ মজিয়াত উত্থাপন কৰিব কেন্দ্ৰীয় বাজেট ৷

উল্লেখ্য যে, 17 তম লোকসভাৰ পঞ্চম অধিৱেশনত 35 খন বৈঠক অনুষ্ঠিত হ’ব ৷ ইয়াৰে 11 খন প্ৰথম পৰ্যায়ত আৰু 14 খন দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব ৷

বিভিন্ন স্থায়ী কমিটিসমূহ আৰু বিভাগসমূহৰ অনুদানৰ দাবী বিবেচনা কৰা আৰু তেওঁলোকৰ প্ৰতিবেদনসমূহ প্ৰস্তুত কৰা তথা 4 মাৰ্চত পুনৰ বিবেচনা কৰাৰ বাবে 15 ফেব্ৰুৱাৰীত স্থগিত ৰখা হ’ব সংসদ ৷

লগতে পঢ়ক-নিজৰ সংস্থাৰ একাংশ বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ CBIৰ

Last Updated : Jan 14, 2021, 8:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.