ETV Bharat / bharat

ইংলেণ্ড-ভাৰতৰ মাজত 8 জানুৱাৰীৰ পৰা পুনৰ আৰম্ভ হ’ব বিমান সেৱা - only 30 flights per week

শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী হাৰদিপ সিং পুৰীয়ে সদৰি কৰে যে, চলিত মাহৰ 8 জানুৱাৰী পৰা 23 জানুৱাৰীলৈ ইংলেণ্ড আৰু ভাৰতৰ মাজত 30 খনকৈ বিমানৰ চলাচল পুনৰ আৰম্ভ হ’ব ৷

ইংলেণ্ড আৰু ভাৰতৰ মাজত 8 জানুৱাৰীৰ পৰা সপ্তাহত 30 খন বিমান চলাচল কৰিব

author img

By

Published : Jan 1, 2021, 10:53 PM IST

Updated : Jan 2, 2021, 2:46 PM IST

নিউজ ডেস্ক,1জানুৱাৰীঃ শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী হৰদিপ সিং পুৰীয়ে সদৰি কৰে যে, চলিত মাহৰ 8 জানুৱাৰী পৰা 23 জানুৱাৰীলৈ ইংলেণ্ড আৰু ভাৰতৰ মাজত 30 খনকৈ বিমানে পুনৰ চলাচল কৰিব ৷ ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 15 খন বিমান প্ৰতি সপ্তাহত চলাচল কৰিব, দিল্লী, মুম্বাই, বেংগালোৰ আৰু হায়দৰাবাদৰ পৰা ৷

  • It has been decided that flights between India & UK will resume from 8 Jan 2021.
    Operations till 23 Jan will be restricted to 15 flights per week each for carriers of the two countries to & from Delhi, Mumbai, Bengaluru & Hyderabad only. @DGCAIndia will issue the details shortly

    — Hardeep Singh Puri (@HardeepSPuri) January 1, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখযোগ্য ক’ৰণা ভাইৰাছৰ দ্বিতীয়টো ৱেভ ইংলেণ্ডত আৰম্ভ হোৱাৰ বাবেই ভাৰত চৰকাৰে বিমান সেৱা বন্ধ কৰি ৰাখিছিল ইংলেণ্ড আৰু ভাৰতৰ মাজত ৷

লগতে পঢ়কঃ অন্ধ্ৰ প্ৰদেশত বিদেশত প্ৰস্তুত কৰা প্ৰায় ৩.৫ কোটি টকাৰ চিগাৰেট জব্দ

Last Updated : Jan 2, 2021, 2:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.