ETV Bharat / bharat

Indian Army ৰ অভিযানত নিহত NSCN সদস্য - ১৮ গাড়োৱাল সেনা

যোৱা ৮ নৱেম্বৰৰ পৰা অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ দেউমালিৰ কুটুম অঞ্চলত NSCN (IM)ৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ ডিগবৈস্থিত ১৮ নং গাৰোৱাল ৰেজিমেণ্টৰ নেতৃত্বত অব্যাহত আছে ব্যাপক অভিযান ৷ ইতিমধ্যে, সেনাৰ এই অভিযানত NSCN(IM) এজন সদস্য নিহত হোৱাৰ লগতে এজন আহত হৈছে ।

e-nscn-member-killed-in-indian-armys-mission-in-arunachal
Indian Army ৰ অৰুণাচল প্ৰদেশত চলি থকা অভিযানত নিহত NSCN সদস্য
author img

By

Published : Nov 14, 2021, 8:57 PM IST

তিনিচুকীয়া, 14 নবেম্বৰ : অৰুণাচল প্ৰদেশৰ দেউমালিৰ কুটুমত ভাৰতীয় সেনাৰ ব্যাপক অভিযান । ১৮ গাড়োৱাল সেনাৰ অভিযানত NSCN(IM) এজন সদস্য নিহত হোৱাৰ লগতে এজন আহত হৈছে । যোৱা ৮ নৱেম্বৰৰ পৰা অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ দেউমালিৰ কুটুম অঞ্চলত NSCN (IM)ৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ ডিগবৈস্থিত ১৮ নং গাৰোৱাল ৰেজিমেণ্টৰ নেতৃত্বত অব্যাহত আছে ব্যাপক অভিযান ৷

e-nscn-member-killed-in-indian-armys-mission-in-arunachal
সেনা বাহিনীয়ে উদ্ধাৰ কৰা সামগ্ৰী

এই অভিযানত NSCN আৰু সেনাৰ মাজত প্ৰচণ্ড গুলীয়া গুলী সৃষ্টি হয় । ইয়াৰ ফলত এজন NSCN (IM) ৰ সদস্য নিহত হোৱাৰ লগতে এজন আহতও হয় । ইয়াৰোপৰি কেইবাটাও NSCN IM ৰ হাইদত (অস্থায়ী শিবিৰ ) সেনাই উৎখাত কৰে ৷ এই অভিযানত এটা Ak 56 ৰাইফলৰ লগতে বৃহৎ পৰিমাণৰ গুলী আৰু অস্ত্ৰ সস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী সেনা বাহিনীয়ে ৷

one-nscn-member-killed-in-indian-armys-mission-in-arunachal
সেনা বাহিনীয়ে উদ্ধাৰ কৰা সামগ্ৰী

আনহাতে, এতিয়াও টিৰাপ চাংলাং জিলাৰ বিভিন্ন অঞ্চলত ভাৰতীয় সেনাই উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Ambush In Manipur : সুমন স্বৰ্গীয়াৰীৰ মৃত্যুৰ খবৰত শোকস্তব্ধ বাক্সা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.