ETV Bharat / bharat

কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণত আহত সৈনিকৰ মৃত্যু

জম্মুত সন্ত্ৰাসবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পিছত মৃত্য়ু হোৱা সত্যপাল সিঙক সম্পূৰ্ণ সামৰিক সন্মানেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় (One more solder martyred on August 11 militant attack)। পিছত সিঙৰ মৃতদেহ ৰাজস্থানত থকা তেওঁৰ জন্মস্থানলৈ প্ৰেৰণ কৰা বুলি সেনাৰ সূত্ৰত প্ৰকাশ।

author img

By

Published : Aug 22, 2022, 8:37 PM IST

Lt Gen Upendra Dwivedi
সামৰিক সন্মানেৰে শ্ৰদ্ধাঞ্জলি উগ্ৰপন্থীৰ আক্ৰমণত নিহতক

নেশ্য়নেল ডেস্ক, ২২ আগষ্ট: জম্মুৰ ৰাজৌৰী জিলাৰ এক সেনা শিবিৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পিছত মৃত্য়ুবৰণ কৰে সত্যপাল সিঙে (Martyred Satyapal Singh)৷ শ্বহীদ সত্যপাল সিঙক সম্পূৰ্ণ সামৰিক সন্মানেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উত্তৰ সেনাৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে (Lt Gen Upendra Dwivedi)। পিছত সিঙৰ মৃতদেহ ৰাজস্থানত থকা তেওঁৰ জন্মস্থানলৈ প্ৰেৰণ কৰা বুলি বিষয়াসকলে কয়।

উল্লেখ্য় যে স্বাধীনতা দিৱসৰ মাত্ৰ চাৰি দিন আগতে ১১ আগষ্টত জম্মুৰ ৰাজৌৰী জিলাৰ এক সেনা শিবিৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত চাৰিজন সৈনিক নিহত হৈছিল(Rajouri militant attack)। উক্ত আক্ৰমণত জড়িত দুয়োজন উগ্ৰপন্থীক সেনাই গুলীয়াই হত্য়া কৰিছিল।

উক্ত ঘটনাত নিহতসকল হৈছে, ৰাজস্থানৰ ঝুনঝুনু জিলাৰ ৪৮ বছৰীয়া চুবেদাৰ ৰাজেন্দ্ৰ প্ৰসাদ, হাৰিয়ানাৰ ফৰিদাবাদৰ ২৬ বছৰীয়া ৰাইফলমেন মনোজ কুমাৰ, তামিলনাডুৰ মাদুৰাইৰ ২৪ বছৰীয়া ৰাইফলমেন ডি লক্ষ্মণন আৰু হাৰিয়ানাৰ হিছাৰৰ ২১ বছৰীয়া ৰাইফলমেন নিশান্ত মালিক।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ কনভয়লৈ শিলগুটি নিক্ষেপ দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.