ETV Bharat / bharat

Found guilty will be Punished : ট্ৰিপল ৰে’ল দুৰ্ঘটনাৰ উৎসৰ সন্ধানত ৰে’ল কৰ্তৃপক্ষ - স্বাস্থ্যমন্ত্ৰী মানশোক মান্দাভিয়া

ট্ৰিপল ৰে’ল দুৰ্ঘটনাৰ (India Triple Train Accident) কাৰণ তথা উৎসক লৈ দ্বি-মত ৷ ইলেক্ট্ৰনিক ইণ্টাৰলকিঙৰ পৰিৱৰ্তনৰ ফলতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা উল্লেখ ৰে'লমন্ত্ৰীৰ ৷ ভুৱনেশ্বৰত উপস্থিত হৈছে স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়া ৷

Found guilty will be Punished
ট্ৰিপল ৰে’ল দুৰ্ঘটনা
author img

By

Published : Jun 4, 2023, 2:19 PM IST

Updated : Jun 5, 2023, 7:47 AM IST

নেশ্যনেল ডেস্ক, 4 জুন : ট্ৰিপল ৰে’ল দুৰ্ঘটনাৰ (India Triple Train Accident) কাৰণ কি তথা তাক উৎস লৈ দ্বি-মতত বিভাগীয় কৰ্তৃপক্ষৰ লগতে মন্ত্ৰী তথা তদন্তকাৰী দল ৷ ‘‘ইলেক্ট্ৰনিক ইণ্টাৰলকিংৰ পৰিৱৰ্তনৰ ফলতে ভয়ংকৰ দুৰ্ঘটনা’’ বুলি মন্তব্য ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ (change in electronic interlocking) ৷

মন্ত্ৰীগৰাকীৰ মতে, ‘‘দুৰ্ঘটনাটোৰ বাবে দায়ী লোকসকলক চিনাক্ত কৰা হৈছে’’ (Railways Minister Ashwini Vaishnaw) । এইদৰে মন্তব্য কৰাৰ পাচতো সকলোৱে অপেক্ষা কৰিব লাগিব ৰে’ল সুৰক্ষা আয়ুক্তৰ তদন্তৰ প্ৰতিবেদনলৈ বুলি সংবাদ সংস্থা ANI ৰ আগত মন্তব্য কৰে ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৷

লগতে পঢ়ক : Triple train crash in Odisha : মৃতদেহ চিনাক্তকৰণত আহিছে বাধা, DNA ৰ জৰিয়তে মৃতদেহ চিনাক্ত কৰা হ’ব

ANI ক জনোৱা অনুসৰি, বিধ্বস্ত ৰে’লপথৰ পুনৰ নিৰ্মাণ আৰু পুনৰুদ্ধাৰৰ কামৰ ওপৰত গুৰুত্ব দিয়া হৈছে (No casualty) । দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে ৰে'লমন্ত্ৰীগৰাকীয়ে পুৱাই ঘটনাস্থলীত উপস্থিত হৈ তদাৰক কৰি আছে পূৰ্ণ গতিত চলি থকা প্ৰতিটো কামৰ (Minister Dharmendra Pradhan) ৷

অভিশপ্ত ট্ৰিপল ৰে’ল দুৰ্ঘটনাত আহতসকল ভৰ্তি হৈ থকা চিকিৎসালয়ত উপস্থিত হৈ আহতসকলৰ পৰিস্থিতিৰ বুজ ল'ব কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই (Union Health Minister)। ইতিমধ্যে ভূৱনেশ্বৰত উপস্থিত হৈছে স্বাস্থ্যমন্ত্ৰীগৰাকী (Triple train crash in Odisha) ৷

লগতে পঢ়ক : USA President Condolences; ৰে’ল দুৰ্ঘটনাই আমাক মৰ্মাহত কৰিছে : ৰাষ্ট্ৰপতি জ’ বাইডেন

শুকুৰবাৰে নিশা কলকাতাৰ পৰা প্ৰায় 250 কিঃমি দক্ষিণ আৰু ভূৱনেশ্বৰৰ পৰা 170 কিঃমি উত্তৰে বালাচোৰত সংঘটিত ৰে’ল দুৰ্ঘটনা ভাৰতীয় ৰে'লৱে বিভাগৰ ইতিহাসত চতুৰ্থটো ভয়ংকৰ দুৰ্ঘটনা (Indian Railway Train Accident History) ৷

শুকুৰবাৰৰ ক’ৰ’মণ্ডল আৰু বেংগালুৰু-হাওৰা এক্সপ্ৰেছ ৰে'লৰ দুৰ্ঘটনাত বৰ্তমানলৈকে 288 জন যাত্ৰী নিহত আৰু 1000 ৰো অধিক লোক আহত হৈছে (288 Death in train accident) ।

লগতে পঢ়ক : Massive cranes Posted : 1000 ৰ শ্ৰমিকে দিন-ৰাতি একাকাৰ কৰি পুনৰ মেৰামতিৰ কাম চলি ৰে’ল ট্ৰেকৰ

Last Updated : Jun 5, 2023, 7:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.