ETV Bharat / bharat

ওড়িশাত ১৪ দিনৰ বাবে লক ডাউন - Complete lockdown in Odisha

ক'ভিড সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে ওড়িশা চৰকাৰে সমগ্ৰ ৰাজ্যতে ১৪ দিনৰ লক ডাউন ঘোষণা কৰিছে । ৫ মে'ৰ পৰা ১৬ মে'লৈ অব্যাহত থাকিব এই লক ডাউন ।

ODISHA LOCKDOWN
ওড়িশাত ১৪ দিনৰ লকডাউন
author img

By

Published : May 2, 2021, 1:02 PM IST

নেশ্যনেল ডেস্ক,২ মে': দেশৰ বিভিন্ন ৰাজ্যত কৰ'ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত হৈছে ওড়িশা । কৰ'ণা ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে ওড়িশা চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ৫ মে'ৰ পৰা ১৪ দিনৰ বাবে সমগ্ৰ ৰাজ্যতে লক ডাউন ঘোষণা কৰিছে ৰাজ্য চৰকাৰে । দেওবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰা মতে ৫ মে'ৰ পৰা ১৬ মে'লৈ অব্যাহত থাকিব এই লক ডাউন ।

ODISHA LOCKDOWN
ওড়িশাত ১৪ দিনৰ লক ডাউন

স্বাস্থ্য সেৱা আৰু অন্যান্য সকলো অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলো বন্ধ থাকিব এই সময়চোৱাত । ইফালে লক ডাউনৰ সময়ত সাধাৰণ নাগৰিকে পুৱা ৭ বজাৰ পৰা নিশা ১২ বজাৰ ভিতৰত মাত্ৰ ৫০০ মিটাৰ দূৰত্বহে ভ্ৰমণ কৰিব পাৰিব ।

লগতে পঢ়ক : দেশত নতুনকৈ ৩,৯২,৪৮৮ জন কৰ'ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.