ETV Bharat / bharat

ওড়িশাৰ কলেজ-বিশ্ববিদ্যালয়ত গ্ৰীষ্ম বন্ধ ঘোষণা

কাইলৈ অৰ্থাৎ 5 মে’ৰ পৰা 31 মে’লৈকে ওড়িশাৰ সকলো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত গ্ৰীষ্ম বন্ধ ঘোষণা ৷ নিৰ্দেশনা অনুসৰি গ্ৰীষ্ম বন্ধৰ উক্ত সময়ছোৱাত কোনো ধৰণৰ অনলাইন পাঠদান অথবা পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব ৷

Odisha Govt announces summer vacation for college, university students
ওড়িশাৰ কলেজ-বিশ্ববিদ্যালয়ত গ্ৰীষ্ম বন্ধ ঘোষণা
author img

By

Published : May 4, 2021, 7:15 PM IST

নেচনেল ডেস্ক,4 মে’: কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰৰ মাজতে ওড়িশা চৰকাৰে ঘোষণা কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ মঙলবাৰে ওড়িশা চৰকাৰে কৰা এক ঘোষণা অনুসৰি কাইলৈ অৰ্থাৎ 5 মে’ৰ পৰা 31 মে’লৈকে ৰাজ্যখনৰ সকলো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত আৰম্ভ হ’ব গ্ৰীষ্ম বন্ধ ৷ চৰকাৰৰ এই নিৰ্দেশনাত উল্লেখ কৰা মতে গ্ৰীষ্ম বন্ধৰ উক্ত সময়ছোৱাত কোনো ধৰণৰ অনলাইন পাঠদান অথবা পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব ৷

উচ্চ শিক্ষাৰ প্ৰধান সচিব চাছৱাত মিশ্ৰাই ৰাজ্যৰ সকলো ৰাজহুৱা বিশ্ববিদ্য়ালয় আৰু সকলো চৰকাৰী তথা বেচৰকাৰী কলেজৰ অধ্যক্ষলৈ পত্ৰ লিখি জাৰি কৰিছে এই নিৰ্দেশনা ৷

উল্লেখ্য যে, গ্ৰীষ্মকালীন বন্ধৰ সময়ৰ ভিতৰত পৰা পিএইচডি আৰু অন্যান্য গৱেষণাৰ শিক্ষাৰ্থীসকলৰ পূৰ্ব-নিৰ্ধাৰিত ভাইভা-ভ'চ/সাক্ষাৎকাৰ নিৰ্ধাৰিত তাৰিখত অনুষ্ঠিত কৰা হ'ব।

লগতে পঢ়ক: ইংলেণ্ডৰ অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াই অনা বিমান উপস্থিত চেন্নাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.