ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ কেইবাটাও অঞ্চলত নিয়াৰ অভিযান

জম্মু-কাশ্মীৰৰ কেইবাখনো জিলাত দেওবাৰে অভিযান চলায় নিয়াই ৷ নিসিদ্ধ সন্ত্ৰাসবাদী সংগঠন জামাত-ই-ইছলামীৰ জ্যেষ্ঠ সদস্য লুকাই থকাৰ সন্দেহ কৰা অঞ্চৱলসমূহত এই অভিযান চলোৱা হয় ৷

author img

By

Published : Aug 8, 2021, 3:18 PM IST

NIA conducts raids at various locations in J-K
জম্মু-কাশ্মীৰৰ কেইবাটাও অঞ্চলত নিয়াৰ অভিযান

নেশ্যনেল ডেস্ক, 8 জুলাই : দেওবাৰে পুৱাই জম্মু আৰু কাশ্মীৰৰ বিভিন্ন অঞ্চলত অভিযান চলায় ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIAই ৷ কাশ্মীৰৰ কেইবাখনো জিলাত এই অভিযান চলায় সংস্থাটোৱে ৷ অভিযানকাৰী দলৰ সৈতে চি আৰ পি এফ জোৱানো আছিল ৷

উল্লেখ্য যে, নিসিদ্ধ সন্ত্ৰাসবাদী সংগঠন জামাত-ই-ইছলামীৰ জ্যেষ্ঠ সদস্য লুকাই থকাৰ সন্দেহ কৰা অঞ্চলসমূহত এই অভিযান চলোৱা হয় ৷ সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি সন্দেহযুক্ত প্ৰায় 80 টা স্থানত চলোৱা হৈছে এই অভিযান ৷

শ্বোপিয়ান জিলাৰ মালদেৰা আৰু নদী গাম অঞ্চলতো এই অভিযান চলোৱা হয় ৷ কিছুদিন পূৰ্বে নিয়াই দুটা পৃথক ঘটনাৰ সংক্ৰান্তত দুটকা স্থানত অভিযান চলাই কেইবজনো সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছিল ৷

লগতে পঢ়ক- বোমাতংক: দিল্লীৰ বিমানবন্দৰত কটকটীয়া নিৰাপত্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.