ETV Bharat / bharat

ভাৰতত পুনৰ ক'ভিডৰ নতুন সংস্কৰণত আক্ৰান্ত 25 - covid-19

দেশত পুনৰ ত্ৰাস সৃষ্টি কৰিছে কৰ'ণাৰ নতুন সংস্কৰণে ৷ ইতিমধ্যে দেশৰ বহু কেইখন ৰাজ্যত ক'ভিডৰ ভয়াৱহতাৰ বাবে জাৰী কৰা হৈছে নীতি-নিৰ্দেশনা ৷

New COVID-19 strain: Total 25 people in India test positiveNew COVID-19 strain: Total 25 people in India test positive
ভাৰতত পুনৰ ক'ভিডৰ নতুন সংস্কৰণৰ সন্ত্ৰাস
author img

By

Published : Dec 31, 2020, 5:01 PM IST

নেশ্য়নেল ডেস্ক , ৩১ ডিচেম্বৰ: দেশ তথা ৰাজ্যত পুনৰ ত্ৰাস সৃষ্টি কৰিছে কৰ'ণাৰ নতুন সংস্কৰণে ৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি,আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভেৰিয়েন্ট জিনমৰ 25জনকৈ ব্যক্তিৰ SARS-COV-2ৰ ইতিবাচক পৰীক্ষা কৰা হয় ৷ এই 25গৰাকী ব্যক্তিৰ ভিতৰৰ 20গৰাকীৰে বুধবাৰে ইতিবাচক পৰীক্ষা সম্পন্ন কৰা হৈছিল বুলি জানিব পৰা গৈছে ৷ স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি,এই ব্যক্তি কেইগৰাকী ক্ৰমশ অসুস্থ হৈ পৰিছে ৷

শেহতীয়াকৈ নতুন পাঁচটা ক্ষেত্ৰত,ৰাষ্ট্ৰীয় ভাইৰ'লজী প্ৰতিষ্ঠান(NIV),পুনেৰ চাৰিটাত ইউ কে স্বাৱ চিনাক্ত কৰা হৈছিল, দিল্লীৰ জিন'মিকছ এণ্ড ইন্টাৰভেটিভ বায়'লজি(আইজিআইবি) প্ৰতিষ্ঠানত কৰা হৈছিল ক'ভিডৰ নতুন সংস্কৰণৰ পৰীক্ষা ৷

ইতিমধ্যে এই মহামাৰীয়ে সৃষ্টি কৰা ভয়াৱহতাৰ বাবে দেশৰ কিছু-কিছু ৰাজ্যত জাৰী কৰা হৈছে নিষেধাজ্ঞা ৷ যাতায়তৰ ক্ষেত্ৰতো গ্ৰহণ কৰা হৈছে কেতবোৰ নিয়ম ৷

অন্য এক খবৰৰ বাবে: পঞ্জাৱত ম'বাইল টাৱাৰ ধ্বংসক লৈ কঠোৰ ৰাজ্য়পাল

ইফালে, মঙলবাৰে স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, কৰ'ণাৰ নতুন সংস্কৰণৰ নিৰীক্ষণ, নিয়ন্ত্ৰণ,পৰীক্ষা সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ প্ৰতিখন ৰাজ্যৰ ইনচাকাগো লেৱসমূহলৈ দিয়া হৈছে দায়িত্ব ৷ দেশত কৰ'ণাৰ নতুন সংস্কৰণে যাতে অধিক ভয়াৱহতা সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা ৷

ইউ কেৰ সমান্তৰালকৈ ড্যানমাৰ্ক, নেডাৰলেণ্ড, অষ্ট্ৰেলিয়া, ইটালী, ছুইডেন, ফ্ৰান্স, স্পেইন, ছুইজাৰলেণ্ড, জাৰ্মানী, কানাডা, জাপান, লেবানন আৰু ছিংগাপুৰত ধৰা পৰিছে নতুন সংস্কৰণৰ ক'ভিডৰ উপস্থিতি ৷ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি, ২৫ নৱেম্বৰৰ পৰা ২৩ ডিচেম্বৰৰ মাজৰাতিলৈকে ইউ কেৰ পৰা বিভিন্ন ভাৰতীয় বিমানত প্ৰায় 33,000 যাত্ৰী অৱতৰণ কৰিছিল । এই সকলো যাত্ৰীক ৰাজ্য আৰু ইউটিৰ দ্বাৰা আৰটি-পিচিআৰ পৰীক্ষাত অনুসৰণ আৰু অধীনত পৰীক্ষা কৰা হৈছে ।

স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি, ভাৰত চৰকাৰে ইউ কেৰ পৰা প্ৰকাশিত ভাইৰাছৰ প্ৰতিবেদনৰ বিষয়ে অৱগত কৰাৰ লগতে প্ৰট’টণ্ট ভেৰিয়েণ্টটো চিনাক্ত আৰু অন্তৰ্ভুক্ত কৰাৰ বাবে এক সক্ৰিয় আৰু প্ৰতিৰোধমূলক কৌশল স্থাপন কৰে ৷ এই কৌশলত 23 ডিচেম্বৰৰ মাজভাগৰ পৰা 7 জানুৱাৰীলৈ ইউ কেৰ পৰা অহা সকলো বিমানৰ যাত্ৰী সকলৰ আৰটি- পিচিআৰৰ যোগেৰে পৰীক্ষা বাধ্যতামূলক কৰা হৈছে ৷ ইয়াৰে আৰটি-পিচিআৰ পৰীক্ষাত ইতিবাচক পোৱা সকলো ইউকে যাত্ৰী সকলৰ নমুনা 10 খন চৰকাৰী পৰীক্ষাগাৰলৈ ইনচাকগ'ৰ দ্বাৰা প্ৰেৰণ কৰাৰ কথা প্ৰকাশ কৰা হয় ৷

ইফালে, পৰীক্ষা, চিকিৎসা, নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ ৰণনীতি বিবেচনা আৰু পৰামৰ্শ দিয়াৰ উদ্দেশ্যৰে 26 ডিচেম্বৰত COVID-19ৰ ৰাষ্ট্ৰীয় টাস্ক ফ'ৰ্চৰ (NTF) এখন সভা অনুষ্ঠিত হৈছিল । ইয়াৰ উপৰিও, চাৰ্চ-CoV2 ৰ প্ৰটণ্টেণ্ট ভেৰিয়েণ্টৰ মোকাবিলা কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰৰ বাবে অপাৰেটিং প্ৰট'কল 22 ডিচেম্বৰত জাৰী কৰা হৈছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.