ETV Bharat / bharat

জে পি নাড্ডাৰ সুৰক্ষাৰ দায়িত্বত থকা তিনি আইপিএছ বিষয়াৰ প্ৰদোন্নতি - পশ্চিম বংগ ভ্ৰমণ

পশ্চিমবংগৰ তিনি আই পি এচ বিষয়াৰ ওপৰত অৱশেযত সিদ্ধান্ত গ্ৰহণ কৰিলে বংগ চৰকাৰে ৷ পশ্চিম বংগ ভ্ৰমণৰ সময়ত বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডাৰ কনভয়ত দুৰ্বৃত্তৰ আক্ৰমণৰ সময়ত কৰ্তব্যৰত অৱস্থাত থকা তিনি আইপিএচ বিষয়াক সোমবাৰে পদোন্নতি প্ৰদান কৰে পশ্চিমবংগ চৰকাৰে ৷

Diamond Harbour SP shunted; but another IPS officer elevated
জে পি নাড্ডাৰ সুৰক্ষাৰ দায়িত্বত থকা তিনি আইপিএছ বিষয়াৰ প্ৰদোন্নতি
author img

By

Published : Dec 29, 2020, 1:37 PM IST

নিউজ ডেস্ক, 29 ডিচেম্বৰ: অৱশেষত জে পি নাড্ডাৰ সুৰক্ষাৰ দায়িত্বত থাকে তিনি IPS বিষয়াৰ প্ৰদোন্নতি ক্ষেত্ৰত সিদ্ধান্ত ল'লে বংগ চৰকাৰে ৷ পশ্চিম বংগ ভ্ৰমণৰ সময়ত বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডাৰ কনভয়ত দুৰ্বৃত্তৰ আক্ৰমণ সংঘটিত হৈছিল ৷ সেই সময়ত কৰ্তব্যৰত অৱস্থাত থকা তিনি আইপিএচ বিষয়াক সোমবাৰে পদোন্নতি প্ৰদান কৰে পশ্চিমবংগ চৰকাৰে ৷

ডায়মণ্ড হাৰবাৰ জিলাৰ এচ.পি ভোলানাথ পাণ্ডেক শাস্তিমূলক ভাৱে এচপি হোম গাৰ্ডলৈ প্ৰদোন্নতি কৰা লগতে ৰাজীৱ মিশ্ৰক দক্ষিণ বেংগলৰ পুলিচ মহাপৰিদৰ্শক হিচাপে প্ৰদোন্নতি কৰা হয় ৷ ইয়াৰ বিপৰীতে ৰাজ্যৰ তৃতীয় আইপিএচ বিষয়া ও ডিআইজি পবীন কুমাৰ ত্ৰিপাঠিক একেটা পদতে ৰখা হৈছে ৷

উল্লেখ্য যে, 10 ডিচেম্বৰত পশ্চিম বংগৰ সংঘটিত হোৱা এই আক্ৰমণত বিজেপি প্ৰধান জে পি নাড্ডাৰ লগত থকা কেইবাজনো নেতা গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছিল ৷ 9-10 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচী লৈ পশ্চিমবংগ ভ্ৰমণত গৈছিল জে পি নাড্ডাই ৷ সেই সময়তে জেপি নাডাৰ সুৰক্ষাৰ দায়িত্বত এই তিনি আইপিএছ বিষয়া ৷

ইয়াৰ পিচতে এই আক্ৰমণৰ পৰিপেক্ষিততে এই তিনিজন আইপিএচ বিষয়াক গৃহ মন্ত্ৰণালয়ে পৰৱৰ্তী সময়ত নিযুক্তিৰ ক্ষেত্ৰত হস্তক্ষেপ কৰা অভিযোগ উত্থাপন কৰিছিল বংগ চৰকাৰে ৷ কিয়নো গৃহমন্ত্ৰণালয়ে এই তিনিওজন বিষয়া বহিষ্কাৰৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল আৰু এই ক্ষেত্ৰত অস্বীকাৰ কৰিছিল বংগ চৰকাৰে ৷

লগতে পঢ়ক: অসমত দ্বিতীয় দিনা আৰম্ভ হৈছে ক'ৰণা প্ৰতিষেধকৰ পৰীক্ষণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.