ETV Bharat / bharat

Stay Safe From Mosquitoes: বাৰিষা কালত মহৰ পৰা বাচি থাকিবলৈ প্ৰয়োগ কৰক ঘৰতে প্ৰস্তুত কৰিব পৰা এই ক্ৰীম - মহ

পৰিৱৰ্তিত বতৰত মহৰ বাবে বিভিন্ন মাৰাত্মক ৰোগৰ আশংকা বৃদ্ধি পায় যদিও মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ যদি কিছু সাৱধানতা অৱলম্বন কৰা হয়, তেন্তে আমি বিভিন্ন ৰোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিম । সেয়ে এই প্ৰতিবেনত আমি আপোনালোকৰ বাবে লৈ আহিছো মহ দূৰ কৰাৰ বাবে কেনেদৰে আপুনি ঘৰতে অতি সহজে Mosquito Repellent Lotion তৈয়াৰ কৰিব পাৰে-

mosquito repellent Lotion How To Get Rid of Mosquitoes
বাৰিষা কালত মহৰ পৰা বাচি থাকিবলৈ প্ৰয়োগ কৰক এই ক্ৰীম, জানি লওক ঘৰতে প্ৰস্তুত কৰাৰ পদ্ধতি
author img

By

Published : May 2, 2023, 7:50 PM IST

বাৰিষা কালত মহৰ পৰা বহুতো বিপদৰ সৃষ্টি হয়, ইয়াৰ ফলত বহুতো মাৰাত্মক ৰোগৰ সৃষ্টি হয় । ই ডেংগু, চিকুংগুনিয়া, মেলেৰিয়া আদি গুৰুতৰ ৰোগ বিয়পাই যদিও মহে কামোৰাৰ পূৰ্বে সাৱধানতা অৱলম্বন কৰিলে আমি এই ৰোগসমূহৰ পৰা নিজকে ৰক্ষা কৰিব পাৰো । এনে পৰিস্থিতিত যদি আপোনাৰ ঘৰত মহ বেছি হয়, তেন্তে আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই কাৰণ এই প্ৰতিবেদনত আমি আপোনালোকক জনাম যে কেনেদৰে আপুনি ঘৰতে মহ দূৰ কৰিব পৰা ক্ৰীম প্ৰস্তুত কৰি আপুনি মহৰ পৰা পৰিত্ৰাণ পাব পাৰে (How To Get Rid of Mosquitoes) ৷

Mosquito Repellent Lotion কেনেকৈ বনাব ?

মহৰ কামোৰৰ পৰা হাত সাৰিবলৈ বহুতো ক্ৰীম আৰু ঔষধ ব্যৱহাৰ কৰা হয় । কিন্তু এই সকলোবোৰতে ৰাসায়নিক পদাৰ্থ পোৱা যায় যিবোৰ আমাৰ ছালৰ বাবে ক্ষতিকাৰক (Mosquito Cream)।

ক্ৰীম তৈয়াৰৰ উপকৰণ-

মহৰ পৰা হাত সাৰিবলৈ আমি মৌচাকৰ পৰা প্ৰাকৃতিক ক্ৰীম আৰু লোচন তৈয়াৰ কৰিব পাৰো, ইয়াৰ বাবে মৌচাকৰ বাহিৰে (মৌচাকৰ মম-১/৪ কাপ), নাৰিকল তেল, ভিটামিন ই তেল (১/৪ কাপ), ষ্টেৰিক এচিড পাউদাৰ (১ চামুচ), বেকিং চোডা (১/৪ কাপ), গৰম পানী (৩/৪ কাপ), ইউকেলিপ্টাছ তেল আৰু প্ৰাকৃতিক তেল (প্ৰয়োজনীয় তেল) চাইট্ৰনেলাৰ প্ৰয়োজন হ’ব (Mosquito Repellent)।

লোচন কেনেকৈ তৈয়াৰ কৰিব ?

  • লোচন বনাবলৈ প্ৰথমে মৌমাখিৰ মৌচাকৰ পৰা উলিওৱা মৌমাখিৰ মম নাৰিকল তেল আৰু ভিটামিন ই তেলৰ লগত মিহলাই গৰম কৰক ।
  • গৰম পানীত এক চামুচ বেকিং চ’ডা মিহলাই চামুচ বা ব্লেণ্ডাৰৰ সহায়ত ভালদৰে মিহলাই লওক ।
  • এতিয়া নাৰিকল তেল আৰু মৌচাকৰ মমৰ মিশ্ৰণত পানী দিব, যদি ভালদৰে মিহলি নহয় তেতিয়া ব্লেণ্ডাৰ ব্যৱহাৰ কৰক ।
  • এতিয়া এই গোটেই মিশ্ৰণটো কিছু সময় বৰফত ৰাখিব ।
  • মিক্সাৰত ১০ টোপাল ইউকেলিপ্টাছ আৰু ১০ টোপাল চিত্ৰনলা অইল মিহলাই লওক ।
  • সুগন্ধিৰ বাবে ক্ৰীমত লেভেণ্ডাৰ বা হেনা তেল দিব পাৰে, কিন্তু মিহলি কৰাটো প্ৰয়োজনীয় নহয় ।
  • লোচন ভালদৰে ঠাণ্ডা হোৱাৰ পিছত বটল বা বন্ধ পাত্ৰত ৰাখিব লাগে (mosquito repellent Lotion)।
  • এই লোচনে মহৰ পৰা ৰক্ষা কৰাৰ লগতে ছালখনো সুন্দৰ কৰি তুলিব ।

লগতে পঢ়ক: Fruits Intake Tips : ফল-মূল খোৱাৰ সময়ত মনত ৰাখিব এই ৩টা নিয়ম, পাব এইসমূহ স্বাস্থ্য লাভলাভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.