ETV Bharat / bharat

হায়দৰাবাদ ভ্ৰমণত সাধাৰণ ৰান্ধনীৰ হাতেৰে ৰন্ধা তেলেংগানা ব্যঞ্জনৰ সোৱাদ ল'ব মোডীয়ে

author img

By

Published : Jun 30, 2022, 2:09 PM IST

২৯ বছৰ ধৰি ৰন্ধা-বঢ়া কামত ব্যস্ত থকা য়াডাম্মা চিড্ডিপেট জিলাৰ হুচনাবাদ অঞ্চলৰ গৌৰাভেলী গাঁৱৰ বাসিন্দা । 15 বছৰ বয়সতে তেওঁ কৰিমনগৰ জিলাৰ চিগুৰুমাডি মণ্ডলৰ কোণ্ডাপুৰৰ এজন ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হয় । কৰিমনগৰত উপস্থিত হৈ য়াডাম্মাই মানকাম্মা থোটাৰ ভেংকান্না নামৰ এজন ব্যক্তিৰ পৰা তেলেংগানাৰ ব্যঞ্জন শিকে (Yadamma learned Telangana dishes from Venkanna) ।

Yadamma
Yadamma

নিউজ ডেস্ক, ৩০ জুন : হায়দৰাবাদত অনুষ্ঠিত হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা (BJP national working committee meeting Hyderabad) । উক্ত অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Modi present in BJP national working committee meeting) । সেই সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে য়াডাম্মা নামৰ এগৰাকী সাধাৰণ ৰান্ধনীয়ে প্ৰস্তুত কৰা ব্যঞ্জনৰ সোৱাদ ল'ব (Modi will taste dishes made by Yadamma) । উল্লেখ্য, য়াডাম্মা এগৰাকী সাধাৰণ ৰান্ধনী হ'লেও সুস্বাদু তেলেংগানা ব্যঞ্জন তৈয়াৰত তেওঁ সৰ্বশ্ৰেষ্ঠ (Yadamma making tasty Telangana dishes)।

সেয়ে তেলেংগানা বিজেপি নেতাসকলে তেওঁক প্ৰধানমন্ত্ৰী মোডীৰ বাবে খাদ্য প্ৰস্তুতৰ বাবে বাছনি কৰিছে (Telangana BJP selected Yadamma to cook for Modi) । এইটো সিদ্ধান্ত লোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোডীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ বাবে হায়দৰাবাদ ভ্ৰমণৰ সময়ত তেলেংগানাৰ ব্যঞ্জনৰ সোৱাদ ল'ব । ৰাজ্যিক বিজেপিৰ নেতাসকলে কৰিমনগৰ জিলাৰ বাসিন্দা য়াডাম্মা নামৰ এজন ৰান্ধনীক বাছনি কৰিছে (yadamma from Karimnagar district) ।

প্ৰধানমন্ত্ৰীৰ বাবে খাদ্য ৰন্ধাৰ চুক্তিৰ সময়ত য়াডাম্মা

উল্লেখ্য, ২৯ বছৰ ধৰি ৰন্ধা-বঢ়া কামত ব্যস্ত থকা য়াডাম্মা চিড্ডিপেট জিলাৰ হুচনাবাদ অঞ্চলৰ গৌৰাভেলী গাঁৱৰ বাসিন্দা । 15 বছৰ বয়সতে তেওঁ কৰিমনগৰ জিলাৰ চিগুৰুমাডি মণ্ডলৰ কোণ্ডাপুৰৰ এজন ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হয় । কৰিমনগৰত উপস্থিত হৈ য়াডাম্মাই মানকাম্মা থোটাৰ ভেংকান্না নামৰ এজন ব্যক্তিৰ পৰা তেলেংগানাৰ ব্যঞ্জন শিকে (Yadamma learned Telangana dishes from Venkanna) । যিসকলে তেওঁৰ হাতৰ নিৰামিষ আৰু আমিষ ব্যঞ্জনৰ জুতি লৈছে তেওঁলোকে তেওঁৰ সুস্বাদু ব্যঞ্জনৰ সোৱাদ পাহৰিব নোৱাৰে ।

য়াডাম্মাৰ আন এক বৈশিষ্ট্য হৈছে, তেওঁ সহজতে ১০ হাজাৰ মানুহৰ বাবে খাদ্য ৰান্ধিব পাৰে (Yadamma can cook for 10 thousand people easily) । তেওঁ কেটিআৰৰ মন্ত্ৰীসকল আৰু গাংগুলা কমলাকাৰৰ দ্বাৰা আয়োজিত অনুষ্ঠানত ৰন্ধন প্ৰণালীৰ বাবে সুপৰিচিত । লগতে বিজেপিৰ ৰাজ্যিক সভাপতি বাণ্ডি সঞ্জয়ৰ (Telengana BJP president Bandi Sanjay) দ্বাৰা আয়োজিত সভাৰ সময়তো ৰান্ধিছিল । য়াডাম্মাক বুধবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি বাণ্ডি সঞ্জয়ে হায়দৰাবাদলৈ মাতি পঠায় । তেওঁ কিছু ব্যঞ্জন প্ৰস্তুত কৰি সোৱাদ ল'বলৈ দিয়ে ।

''মোডী ছাৰে তেলেংগানা ৰন্ধন প্ৰণালীৰ বিষয়ে সুধিছিল । বাণ্ডি সঞ্জয়ে কয় যে তেওঁ মোডীৰ ওচৰত মোৰ নামটো প্ৰস্তাৱ কৰে । তেওঁ মোডীক কয় যে আমাৰ য়াডাম্মাই সুস্বাদু তেলেংগানা ব্যঞ্জন ৰান্ধে । মোক বুধবাৰে এখন ডাঙৰ হোটেললৈ মাতি নিয়া হয় । তেওঁলোকে নিৰামিষ ব্যঞ্জন খাব বিচাৰে । মই নিৰামিষ ব্যঞ্জন যেনে পুলিহোৰা, দাইল চাউল, দাড্ডোজানম, (pulihora, dal rice, daddojanam) বাগাৰা, গংগাভাইলি দাইল, পাচি পুলুচু, চাম্বাৰ, (bagara, gangavayili dal, pachi pulusu, sambar) গুট্টি ভাঙ্কে আৰু চাকিনালু,( gutti vankay) সৰ্বপিণ্ডি, এৰাইচেলু, ভাক্সালু, পায়াচাম, পাপ্পু গাৰেলুৰ দৰে জলপান প্ৰস্তুত কৰোঁ । তেওঁলোকে বিচাৰে যে আমি এখন ডাঙৰ হোটেলত গুৰুত্বপূৰ্ণ লোকসকলৰ বাবে ৰান্ধিব লাগিব । মোডীয়ে মোৰ ব্যঞ্জন খাব... মই তাতকৈ বেছি কি সুধিব পাৰোঁ ? মই বহুত সুখী আৰু মই বহুত ভাগ্যৱান অনুভৱ কৰিছোঁ ।" য়াডাম্মাই নিজৰ অনুভূতি প্ৰকাশ কৰি এনেদৰে কয় ।

লগতে পঢ়ক :MAHA Drama : উদ্ধৱ থাকৰেক পিছফালৰ পৰা ছুৰি মাৰিলে শিণ্ডেয়ে, সঞ্জয় ৰাউত

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.